• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত ‘মহাবীৰ জয়ন্তী’ : ‘জীয়াই থাকক আৰু আনকো জীয়াই থাকিবলৈ দিয়ক’ শ্ল’গানেৰে চহৰ পৰিভ্ৰমণ জৈনধৰ্মীৰ

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , March 29, 2018 5:27 pm

1 min read

Guwahati- Mahavir Jayanti

মহাবীৰ জয়ন্তীৰ শোভাযাত্ৰা, গুৱাহাটীত। ইউ বি ফ’ট’জ।

91
VIEWS
Share on FacebookShare on Twitter

‘জীয়াই থাকক আৰু আনকো জীয়াই থাকিবলৈ দিয়ক’ শ্ল’গানেৰে কোকৰাঝাৰত আজি ২৯ মাৰ্চত দিনজোৰা কাৰ্য্যসূচীৰে পবিত্ৰ মহাবীৰ জয়ন্তী উদযাপন কৰে জৈনধৰ্মীসকলে।

অল ইণ্ডিয়া জৈন মাইনৰিটি ফেডাৰেশ্যন চমুকৈ এ আই জে এফ  কোকৰাঝাৰ শাখাৰ উদ্যোগত  পালন কৰা হয় মহাবীৰ জয়ন্তী।

কোকৰাঝাৰ চহৰৰ মাজমজিয়াত থকা জৈন মন্দিৰৰ পৰা আৰম্ভ হোৱা বিশাল শোভাযাত্ৰা পতাকা জোকাৰি উদ্বোধন কৰে এ আই জে এফ  কোকৰাঝাৰ শাখাৰ সভাপতি সুনীল আঞ্চাল্যই।

‘জীয়াই থাকক আৰু আনকো জীয়াই থাকিবলৈ দিয়ক’ শ্ল’গানেৰে কোকৰাঝাৰ জে ডি ৰোড , শান্তি নগৰ হৈ ৰাসমেলা পথাৰৰ কাষত থকা টেৰাপান্ট ভৱনলৈ শোভাযাত্ৰাটোৱে চহৰখন পৰিভ্ৰমণ কৰে। গণ সমদলটোত বহু সংখ্যক জৈন ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে।

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd