• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোট্পা আইন ভংগকাৰীৰ বিৰূদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ অসম আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2018 4:37 pm
cotpa
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰৰ পৰা অসম আৰক্ষীয়ে চিগাৰেট আৰু অন্যন্য ধঁপাতৰ পৰা উৎপাদিত দ্ৰব্য আইন, (Cigarettes and Other Tobacco Products Act, 2003 চমুকৈ কোট্পা- ২০০৩)ৰ অধীনত এই আইনৰ বিৰুদ্ধাচৰণ কৰা সকলক জৰিমণা বিহাৰ অভিযান আৰম্ভ কৰিছে। এই আইনখনে ৰাজহুৱা স্থানত ধঁপাত সেৱন কৰা, প্ৰত্যক্ষ বা পৰোক্ষ বিজ্ঞাপন, নাবালকৰ দ্বাৰা অথবা নাবালকৰ ওচৰত ধঁপাত বিক্ৰি কৰা, শিক্ষানুস্থানৰ পৰা ১০০ গজ দূৰত্বৰ ভিতৰত ধঁপাত বিক্ৰি বা ক্ৰয় কৰা আৰু ধঁপাত জাতীয় দ্ৰব্যৰ পেকেটত চিত্ৰ সম্বলিত সতৰ্কবাণী দিয়া (বৰ্তমানে পেকেটটোৰ ৮৫ শতাংশ স্থানলৈকে বিস্তৃত হোৱাকৈ) ইত্যাদি।

পূব গুৱাহাটীৰ ডিচিপি ড০ ৰমণদীপ কৌৰে কৈছে, ‘আৰক্ষীয়ে যুৱ সমাজৰ স্বাস্থ্য ৰক্ষাৰ ব্যৱস্থা কৰি সমাজলৈ সেৱা আগবঢ়ায়  । এইদৰে আৰক্ষীয়ে জনসাধাৰণলৈ সেৱা আগবঢ়ায়। ধঁপাতৰ ব্যৱহাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত কোট্পাই  সুদূৰ-প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব।

Apply Now

গুৱাহাটীৰ আৰক্ষী বাহিনীক ”সম্বন্ধ হেল্থ ফাউণ্ডেশ্যনে” ৰিফ্ৰেশ্বাৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছিল। আৰক্ষী আয়ুক্ত হীৰেন চন্দ্ৰ নাথৰ সঞ্চালনাত যুৱসমাজক ধঁপাতৰ পৰা দূৰত ৰখাৰ উদ্দেশ্যেৰে তথা ধঁপাত সেৱন নকৰাসকলক পৰোক্ষ ধঁপাত সেৱনৰ  কু-প্ৰভাৱৰ পৰা ৰক্ষা কৰাৰ বাবে কোট্পাৰ অধীনত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

তেওঁ কয়, ”এই অভিযানে আমাৰ ৰাজহুৱা স্থান আৰু শিক্ষানুস্থানসমূহক ধঁপাতমুক্ত কৰাত সহায় কৰিব।”

তেখেতে আৰু কৈছিল যে কোট্পা আইন বলৱৎ কৰাত জড়িত থকা আৰক্ষী বিষয়াসকলে প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল আৰু অসমত ধঁপাত নিয়ন্ত্ৰণ কৰাৰ অংগীকাৰ লৈছিল।

অসমত ১কোটিতকৈও অধিক লোকে ধঁপাত সেৱন কৰে আৰু ইয়াৰে ১৩.৩ লাখে চিগাৰেট সেৱন কৰে। অসমত বছৰি ৩৫-৬৯ বছৰ বয়সীয়া লোকৰ ধঁপাত-সম্পৰ্কীয় অসুখৰ চিকিৎসাত ৫৪০কোটিৰো অধিক টকা  ব্যয় কৰা হয়। বিগত ৭ বছৰত, ধঁপাতৰ প্ৰাদুৰ্ভাৱ ২০১০ৰ ৩৯.৩ শতাংশৰ পৰা ৪৮.২ শতাংশলৈ বৃদ্ধি ঘটিছে।

বিচিচিআইৰ কৰ্কট ৰোগৰ শল্য চিকিৎসক তথা ”ভইচ অব টবেক্কো ভিক্টিমছ” নামৰ সংস্থাটোৰ পৃষ্ঠপোষক ড০ অশোক দাসে কৈছে, ‘‘মই বহুতো কম বয়সীয়া যুৱকক ধঁপাত-সম্পৰ্কীয় কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে মোৰ বহিঃবিভাগলৈ অহা দেখিছোঁ। সেই যুৱকসকলে চোবাই খোৱা আৰু ধোঁৱা, দুয়ো প্ৰকাৰেই ধঁপাত ব্যৱহাৰ কৰিছিল। অসমত প্ৰতি দিনে ১৪০ জনকৈ শিশুৱে ধঁপাত সেৱন কৰিবলৈ আৰম্ভ কৰে। গুৱাহাটীৰ আৰক্ষীয়ে এই আইনখন বলৱৎ কৰাটো প্ৰশংসনীয় কাম।

২০১৭ চনৰ বিশ্ব প্ৰাপ্তবয়স্ক ধঁপাত জৰীপ অনুসৰি অসমত মুঠ ৪৮.২ শতাংশ প্ৰাপ্তবয়স্কৰ  ৬২.৯ শতাংশ প্ৰাপ্তবয়স্ক (১৫ বছৰ বয়সৰ উৰ্ধৰ) ৩২.৯ শতাংশ মহিলাই ধোঁৱা হিচাপে অথবা ধোঁৱাবিহীনভাৱে ধঁপাত ব্যৱহাৰ কৰে। উপলব্ধ তথ্য অনুসৰি, ২৫.৩ শতাংশ পুৰুষ আৰু ০.৮ শতাংশ মহিলাই আৰু  ৪১.৭ শতাংশ প্ৰাপ্তবয়স্কই ধঁপাত সেৱন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd