• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ্মচাৰী আৰু শ্ৰমিকৰ সহযোগিতাত পাঠশালাত উদ্‌যাপিত আন্তঃজাতিক শ্ৰমিক দিৱস

NE NOW NEWS শশাংক তালুকদাৰ
পাঠশালা , May 1, 2018 5:45 pm

1 min read

A free dental health check up
78
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে পাঠশালা অঞ্চলৰ শ্ৰমিক আৰু কৰ্মচাৰী সমন্বয় কমিটী নামৰ সংগঠনটোৰ বেনাৰত পাঠশালাত উদ্‌যাপন কৰা হয় আন্তঃজাতিক শ্ৰমিক দিৱস।

ভাগৱতী ক্ষেত্ৰৰ পৰা পাঠশালাৰ প্ৰধান পথসমূহৰ মাজেৰে প্ৰায় ৫০০ শ্ৰমিকে অংশগ্ৰহণ কৰা এটা সমদলৰ পদযাত্ৰাৰ দ্বাৰা দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে এটা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।

এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক নাগেশ্বৰ দাস আৰু হাউলীৰ বি এইচ কলেজৰ অধ্যাপক ছুলতান আহমেদ হিচাপে উপস্থিত আছিল।

এই কাৰ্যসূচীৰ অন্তৰ্গত পাঠশালাৰ সৃষ্টি আৰু মেডিডেণ্ট ফাউণ্ডেশ্যনৰ সাহাৰ্যত এটা দন্ত পৰীক্ষা আৰু চিকিৎসা শিবিৰৰো আয়োজন কৰা হয়।ড০ ৰূপম গোস্বামীৰ নেতৃত্বত আয়োজিত এই শিবিৰটোৰ পৰা প্ৰায় ৩০০গৰাকী দুখীয়া লোক উপকৃত হয়।

উদ্বোধনী ভাষণত ড০ চৌধুৰীয়ে কয় যে আন্তঃজাতিক শ্ৰমিক দিৱসৰ দিনা তেওঁ দুখীয়া লোকসকলৰ সেৱা কৰিবলৈ পাই যথেষ্ট আনন্দিত। সমাজলৈ অৰিহনা আগবঢ়োৱা এই অঞ্চলৰ শ্ৰমিক লোকসকললৈ তেওঁৰ তৰফৰ পৰা এই এটা যৎসামান্য সন্মান প্ৰদৰ্শন বুলি চিকিৎসকগৰাকীয়ে মন্তব্য কৰে।

সভাপতিৰ ভাষণেৰে এই অনুষ্ঠানৰ সামৰণি পৰে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd