DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ ফাঁকি চক্ৰ চলোৱা গুৱাহাটীৰ কৰ আয়ুক্তকে ধৰি চাৰিজনক পুনৰ চি বি আইৰ জিম্মালৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2018 7:11 pm
17-04-18-Guwahati-Income-tax-officer-produced-at-CBI-court
94
VIEWS
Share on FacebookShare on Twitter

চি বি আয়ে গ্ৰেপ্তাৰ কৰা আয়কৰ বিষয়া তিনিগৰাকী আৰু কৰ পৰামৰ্শদাতাজনক আজি ১৭ এপ্ৰিলত তিনিদিনৰ চি বি আই ( CBI ) জিম্মাত দিছে গুৱাহাটীৰ চি বি আই বিশেষ আদালতে।

৫০ লাখ টকাৰ ঘোচ দিয়াৰ চেষ্টা কৰোঁতে যোৱা শুকুৰবাৰে নতুন দিল্লীত চি বি আয়ে গুৱাহাটীৰ আয়কৰ আয়ুক্ত শ্বেতাভ সুমনক গ্ৰেপ্তাৰ কৰিছিল।

গোচৰটো সন্দৰ্ভত অধিবক্তা তথা কৰ পৰামৰ্শদাতা ৰমেশ গোৱেংকাৰ লগতে কৰ বিষয়া প্ৰতাপ দাস আৰু প্ৰাঞ্জল শৰ্মাকো চি বি আয়ে গ্ৰেপ্তাৰ কৰিছে।

যোৱা তিনিদিনৰ জিম্মা শেষ হোৱাৰ পিছত গ্ৰেপ্তাৰ হোৱা লোককেইজনক আজি চি বি আইৰ বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল। অহা ২০ এপ্ৰিলত পুনৰ তেওঁলোকক আদালতত হাজিৰ কৰোৱা হ’ব।

কৰৰ পৰা হাত সৰাৰ বাবে এই চক্ৰ চলাই থকা দুজন আয়কৰ বিষয়া, দুজন কৰ পৰামৰ্শদাতা আৰু এখন ব্যক্তিগত ফাৰ্মৰ মালিকক তদন্তকাৰী সংস্থাটোৱে গ্ৰেপ্তাৰ কৰিছিল।

এখন এজাহাৰৰ ভিত্তিত গুৱাহাটী, যোৰহাট, নগাওঁ, শ্বিলং, নইদা, নতুন দিল্লী আৰু নজৰত থকা ফাৰ্মখনৰ লগত সংযোগ থকা কিছুমান ঠাইত চি বি আয়ে তালাচী চলাইছিল।

তালাচীৰ সময়ত জব্দ কৰা কিছুমান নথি সংস্থাটোৱে বৰ্তমান পৰীক্ষা কৰি আছে। অভিযুক্ত কৰ বিষয়াজনক দিবলে অনা ৪০ লাখ টকাও এজন মধ্যভোগীৰ পৰা চি বি আয়ে জব্দ কৰিছিল।

Recent News

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

MS Dhoni Birhday

শুভ জন্মদিন কেপ্তেইন কুল

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd