• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৰুজনাৰ পৱিত্ৰ জন্মভূমিত উন্নয়নৰ নতুন দিগন্তৰ সূচনা হৈছে : বিধায়িকা আঙুৰলতা

NE NOW NEWS মিণ্টু দাস
নগাঁও , July 13, 2018 10:01 am

1 min read

angoor MLA
74
VIEWS
Share on FacebookShare on Twitter

“সাহিত্য-কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠাৰে জাতীয় জীৱনক সজাই তোলা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা হৈছে। বটদ্ৰৱাক বিশ্ব পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় আন্ত:গাঁথনি নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজ ইতিমধ্যে চলি আছে”- এই মন্তব্য বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ।

বৃহস্পতিবাৰে গড়কাপ্তানি বিভাগৰ নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ বটদ্ৰৱাস্থিত কাৰ্যালয় প্ৰাংগণত নতুনকৈ নিৰ্মাণ হ’বলগীয়া দুমহলীয়া পৰিদৰ্শন বঙলাটোৰ শিলান্যাস কৰি বিধায়িকাগৰাকীয়ে আৰু কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত গঠিত বটদ্ৰৱা উন্নয়ন সমিতিয়ে আগন্তুক দুমাহৰ ভিতৰত নতুন ৰূপৰেখা দাঙি ধৰিব পাৰিব।

ডেৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব লগা দুমহলীয়া পৰিদৰ্শন বঙলাটিৰ শিলান্যাস অনুষ্ঠানত নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ বিষয়-ববীয়া, বিজেপিৰ বটদ্ৰৱা আৰু ধিং মণ্ডল সমিতিৰ নেতা-কৰ্মী আৰু স্থানীয় শতাধিক ৰাইজ উপস্থিত থাকে।

Recent News

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd