• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ

প্ৰবীণ দাস by প্ৰবীণ দাস
December 19, 2017 7:19 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰম নৃশংসতাৰ প্ৰমাণ দি গোলাঘাট আৰক্ষীয়ে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যৰ ওপৰত জঁপিয়াই পৰে। প্ৰাপ্ত খবৰ অনুসৰি বগীধলা বাগানত মালিক পক্ষই শ্ৰমিকৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ওপৰত গোলাঘাটৰ উপ-আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াৰ নেতৃত্বত অহা আৰক্ষীয়ে নিৰ্মম লাঠীচালনা কৰে। ফলত সংগঠনটোৰ চাৰিজনকৈ নেতা গুৰুতৰভাৱে আহত হয়।

Apply Now

জানিব পৰা মতে, সংগঠনটোৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, সহ-সম্পাদক দেৱব্ৰত শইকীয়া, গোলাঘাট জিলাৰ সমিতিৰ সভাপতি মৃণাল নাথ আৰু হীৰকজ্যোতি শইকীয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁলোকক গোলাঘাটৰ চহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে বুলি সূত্ৰটোৱে আমাক জনায়। ছাত্ৰ মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই অভিযোগ কৰি কয়, ‘আমি বগীধলা চাহ বাগানত মালিক সুধীৰ ৰয় আৰু সমীৰ ৰয়ে দুখীয়া শ্ৰমিক সকলৰ ওপৰত কৰা বৰ্বৰ গুলী চালনাৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ল’বলৈ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা অনুমতি বিচাৰি গৈছিলো। কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষই আমাক অনুমতি প্ৰদান নকৰাত আমি বিষয়টো জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ ওচৰতে থকা সংবাদ মাধ্যমৰ কৰ্মীক অৱগত কৰো। সেই সময়তে গোলাঘাট জিলাৰ উপ-আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম শইকীয়াৰ নেতৃত্বত অহা এক আৰক্ষীৰ দলে আমাৰ কৰ্মী সকলৰ ওপৰত জঁপিয়াই পৰাৰ লগতে আমাক নিৰ্মমভাৱে প্ৰহাৰ কৰে।’ তেওঁ লগতে অভিযোগ কৰে যে প্ৰশাসনে বাগানৰ শ্ৰমিকসকলক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে মালিক পক্ষকহে ৰক্ষণাবেক্ষণ দিয়াত ব্যস্ত আছে। মন কৰিব লগীয়া যে বগীধলা বাগিচাৰ মালিকক ১৩ ডিচেম্বৰত ১৪ দিনৰ ন্যায়িক জিম্মালৈ পঠিওৱা হৈছিল যদিও ডি এছ পি শইকীয়াৰ কৃপাত গোলাঘাট জেইলত তেওঁলোকক ৰাজ আতিথ্য প্ৰদান কৰি অহা হৈছে বুলি এক গুৰুত্বৰ অভিযোগ আনে ছাত্ৰ নেতা গৰাকীয়ে। তেওঁ কয় যে ১৪ ডিচেম্বৰত গোলাঘাটৰ এছ পি জনে জেইলত উপস্থিত হৈ অভিযুক্ত ২ জনক পৃথককৈ জেইল হস্পিটেলৰ বিশেষ ৰূমত ৰখাৰ লগতে সকলো ধৰণৰ সা-সুবিধা যোগানৰ ব্যৱস্থা গ্ৰহণ কৰে। উল্লেখযোগ্য যে মালিক পক্ষই শ্ৰমিকৰ ওপৰত চলোৱা চৰম বৰ্বৰতাৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ অহা সংগঠনৰ কৰ্মীসকলৰ ওপৰত আৰক্ষীয়ে দেখুওৱা চৰম নৃশংসতাক গোলাঘাটৰ ৰাইজে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে সমগ্ৰ বিষয়টোত আৰক্ষীৰ ভূমিকাৰ ওপৰতো সন্দেহ প্ৰকাশ কৰিছে।

লক্ষণীয় যে আজি কিছু দিনৰ আগতে গোলাঘাটত এক অনুৰূপ ঘটনা সংঘটিত হৈছিল য’ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাৰি জনকৈ নেতা সত্ৰব্ৰত শইকীয়া, টুলুকন ৰাজপুত, নবীন কৰ্মকাৰ আৰু দীপক বৰাইক গোলাঘাট আৰক্ষীয়ে থানাত আবদ্ধ কৰি বৰ্বৰ অত্যাচাৰ চলাইছিল।

প্ৰবীণ দাস

প্ৰবীণ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd