• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চলিত বিত্তীয় বৰ্ষত ৮০ শতাংশ আবণ্টিত ধন খৰচৰ লক্ষ্য বিত্তমন্ত্ৰী হিমন্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2018 6:41 am
IMG_20180406_040802
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“২০১৭-১৮ বিত্তীয় বৰ্ষত বাজেটৰ নামত আবণ্টিত মুঠ ৯৯,৪৫৩ কোটি টকাৰ ৭০,১০৫ কোটি টকা খৰচ হৈছে। শতাংশ হিচাপত ৭০.৪৯ শতাংশ।” বিধানসভাৰ বিজেপিৰ বিধায়িনী কক্ষত বৃহস্পতিবাৰে এক সংবাদ মেল যোগে এই তথ্য প্ৰকাশ কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁৰ মতে “এইটো অসমৰ বাবে এটা ইতিহাস। পূৰ্বৰ এটাও বিত্তীয় বৰ্ষত ইমান ধন কেতিয়াও খৰচ হোৱা নাছিল। যোবাবছৰ খৰচৰ হাৰ আছিল ৬৯.১৫ শতাংশ। লগতে ৭০ হাজাৰ কোটি টকাও প্ৰথমবাৰৰ বাবে খৰচ কৰা হৈছে।”

Apply Now

কিছুমান বিভাগত ধন ১০০ শতাংশ খৰচ কৰা হৈছিল, অন্য কিছুমান বিভাগত ৯০ আৰু ৮০ শতাংশও কৰা হৈছিল।” মন্ত্ৰী শৰ্মাই কয়।

বিত্তমন্ত্ৰীগৰাকীয়ে কৰা দাবী অনুসৰি ২০১৫-১৬ বিত্তীয় বৰ্ষত ৫৫.৯৮ শতাংশ পুজি ব্যয় হোৱাৰ বিপৰীতে বিজেপি চৰকাৰৰ আমোলত ২০১৬-১৭ ত এই খৰচৰ শতাংশ যথেষ্ট বৃদ্ধি পাইছে।

তাৎপৰ্যপূৰ্ণ ভাৱে চলিত বাজেট বৰ্ষত আঁচনিৰ বাবদ আবণ্টিত ৮০ শতাংশ ধন খৰচ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে ৮০ শতাংশতকৈ বেছি ধন খৰচ কৰাটো সম্ভৱপৰ নহয় বুলি শৰ্মাই সদৰী কৰে।

বিত্তমন্ত্ৰীগৰাকীৰ মতে “অসমে ভোগ কৰি আছে বিশেষ ৰাজ্যৰ মৰ্য্যদা। অসম চৰকাৰৰ নিজা ৰাজহ হৈছে ২০ হাজাৰ কোটি টকা। বাকী ৫০ হাজাৰ কোটি টকা আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰিছো। এনে পৰিপ্ৰেক্ষিতত আমি বিশেষ ৰাজ্যৰ মৰ্যাদা উপভোগ কৰা নাই বুলি কেনেকৈ ক’ম।‘’

আনহাতে চিলিং প্ৰস্তাৱ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে ১৩,১৬১ টা চিলিং প্ৰস্তাৱৰ ৩৮১ টা বাদ দি বাকী সকলোবোৰ মুকলি কৰি দিয়া হৈছে। প্ৰশাসনীয় বিভাগৰ বিলম্বৰ বাবে এই ৩৮১ টা চিলিং প্ৰস্তাৱ ৰৈ গ’ল যদিও চলিত বিত্তীয় বৰ্ষত ইয়াক মুকলি কৰি দিয়া হ’ব।

তদুপৰি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ১১ হাজাৰ কোটি টকা বিগত বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱা নাই বুলি কৰা অভিযোগ নস্যাৎ কৰি হিমন্তই কয় যে কোনে কি কৈছে তেওঁ নাজানে। মই বিত্ত মন্ত্ৰী হিচাপে সঠিক সময়ত সঠিকভাৱে কেন্দ্ৰৰ পৰা ধন লাভ কৰি আছো।

তেওঁৰ মতে ৰাজ্যৰ ঘৰুৱা ৰাজহ ৩ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি পাইছে। লগতে অষ্টাদশ মুকুতাৰ নামাকৰণ কৰা ১৮ খন আঁচনিসহ মুঠ ২২ খন আঁচনি ৰূপায়ন কৰা হৈছে বুলি তেওঁ দাবী কৰে।

উক্ত সংবাদমেলত বিৰোধীক কটাক্ষ কৰি তেওঁ কয়, “মই বিধান সভাত নথকাৰ সময়ত বিৰোধী বিধায়কসকলে পুজি মুকলি কৰাক লৈ বিভিন্ন অভিযোগ আনিছিল। কিন্তু মোৰ সন্মুখত সকলো নিমাত। বিত্তীয় বৰ্ষৰ শেষৰ ফালে মই সকলো তথ্য ৰাজহুৱা কৰাৰ কথা দিছিলো আৰু সেয়েহে এই সংবাদমেলৰ জৰিয়তে তথ্যসমূহ দাঙি ধৰিলো।”

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd