DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিত মুল্যবান কাঠসহ দুখন ট্ৰাক জব্দ কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
July 12, 2018 2:43 pm
চোৰাং কাঠ জব্দ
92
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰি বাঘবৰালিৰ ৰকলেণ্ডত বুধবাৰে নিশা  স্থানীয় লোকে অভিযান চলাই মুল্যবান কাঠৰ কুণ্ডাসহ দুখন ট্ৰাক জব্দ কৰাক কেন্দ্ৰ কৰি একাংশ স্থানীয় লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

জানিব পৰা মতে নগাঁও বন সংমণ্ডলৰ অধীনৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰি বাঘবৰালিত বুধবাৰে নিশা একাংশ লোকে কঁঠালগুৰি অঞ্চলৰ পৰা নগাঁও চহৰৰ দিশে আহি থকা এ এছ২৫-৯৬৮৫ আৰু এ এছ ০৯ এ চি-২২৮৬  নম্বৰৰ মুল্যবান মাকৈ কাঠৰ কুণ্ডা ভৰ্তি ট্ৰাক দুখন  ৰাখি টিপি আৰু চালান বিচৰাত গাড়ী দুখনৰ চালকে দিব নোৱাৰাত বন বিভাগক খবৰ দিয়ে।

চোৰাংভাৱে এনেদৰে বন বিভাগৰ একাংশ দুৰ্নীতিপৰায়ণ  বিষয়াক একাংশ সুবিধাভোগী কাঠ সৰবৰাহকাৰীয়ে মেনেজ কৰি চলাই থকা বুলি সন্দেহ ওপজাত  ক্ষুব্ধ একাংশ ৰাইজে গাড়ী দুখন লণ্ডভণ্ড কৰি  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

আনহাতে বন বিভাগক খবৰ দিয়াৰ পিছতো কোনো লোক উপস্থিত নোহোৱাত ঘটনাস্থলীত চামগুৰি আৰক্ষী  উপস্থিত হৈ গাড়ী দুখন জব্দ কৰি তদন্ত অব্যাহত ৰাখে যদিও কাঠৰ গৰাকীয়ে বন বিভাগৰ  অনুজ্ঞা পত্ৰ আজি  আৰক্ষীক দেখুৱায়।

ইপিনে গাড়ী দুখনৰ মালিকে চামগুৰি আৰক্ষী থানাত গাড়ীদুখন ক্ষতি কৰাৰ বাবে একাংশ লোকৰ ওপৰত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। পৰবৰ্তী সময়ত আৰক্ষীয়ে  কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

Recent News

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd