DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাৰিখন শিক্ষা প্ৰতিষ্ঠান তথা শিক্ষাবিদ দেৱেন দত্তলৈ অসম সাহিত্য সভাৰ বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2018 6:05 pm
Assam-sahitya-sabha logo
156
VIEWS
Share on FacebookShare on Twitter

অসমীয়া ভাষাৰ প্ৰতিষ্ঠা-সংৰক্ষণ-সংবৰ্ধনৰ স্বীকৃতি স্বৰুপে অসম সাহিত্য সভায়ে ৰাজ্যখনৰ চাৰিখন শৈক্ষিক প্ৰতিষ্ঠান তথা শিক্ষাবিদ দেৱেন দত্তক বঁটা প্ৰদানৰ বাবে নিৰ্বাচন কৰিছে।

কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক বিশিষ্ট শিক্ষাবিদ দেৱেন দত্তক গংগাগোবিন্দ ফুকন বঁটা প্ৰদান কৰা হ’ব। দত্তই অসমীয়া ভাষাৰ উপৰত দুখনকৈ মূল্যবান গ্ৰন্থ ৰচনা কৰিছে।

উচ্চ শিক্ষা প্ৰতিষ্ঠান তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়লৈ সাহিত্য সভাৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী বঁটা আগবঢ়োৱা হৈছে।

নুনমাটিৰ অসম জাতীয় বিদ্যালয়লৈ শ্বহীদ মোজাম্মিল হক বঁটা আৰু মায়ঙৰ নিজ তেতেলিয়া প্ৰাথমিক বিদ্যালয়লৈ সভাৰ শ্বহীদ সূৰ্য বৰা বঁটা।

৩ ফেব্ৰুৱাৰিত অসম সাহিত্য সভাৰ ৭৪তম অধিবেশনৰ দ্বিতীয় মুকলি সভাত উক্ত বঁটা সমূহ প্ৰদান কৰা হ’ব।

১ৰ পৰা ৪ ফেব্ৰুৱাৰিলৈ দ্বিবাৰ্ষিক অধিবেশনখন তিনিচুকিয়া আৰু অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত অনুষ্ঠিত কৰা হ’ব।

উল্লেখযোগ্য পূৰ্বতে সাহিত্য সভাই চাংলাং জিলাৰ বৰডুমছাত অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল যদিও বুঢ়িদিহীংবাসীৰ অনুৰোধত সভাই বুঢ়িদিহীং অঞ্চলতো দ্বিবাৰ্ষিক অধিবেশনখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।

 

Recent News

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd