• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাৰিখন শিক্ষা প্ৰতিষ্ঠান তথা শিক্ষাবিদ দেৱেন দত্তলৈ অসম সাহিত্য সভাৰ বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2018 6:05 pm
Assam-sahitya-sabha logo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া ভাষাৰ প্ৰতিষ্ঠা-সংৰক্ষণ-সংবৰ্ধনৰ স্বীকৃতি স্বৰুপে অসম সাহিত্য সভায়ে ৰাজ্যখনৰ চাৰিখন শৈক্ষিক প্ৰতিষ্ঠান তথা শিক্ষাবিদ দেৱেন দত্তক বঁটা প্ৰদানৰ বাবে নিৰ্বাচন কৰিছে।

কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক বিশিষ্ট শিক্ষাবিদ দেৱেন দত্তক গংগাগোবিন্দ ফুকন বঁটা প্ৰদান কৰা হ’ব। দত্তই অসমীয়া ভাষাৰ উপৰত দুখনকৈ মূল্যবান গ্ৰন্থ ৰচনা কৰিছে।

Apply Now

উচ্চ শিক্ষা প্ৰতিষ্ঠান তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়লৈ সাহিত্য সভাৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী বঁটা আগবঢ়োৱা হৈছে।

নুনমাটিৰ অসম জাতীয় বিদ্যালয়লৈ শ্বহীদ মোজাম্মিল হক বঁটা আৰু মায়ঙৰ নিজ তেতেলিয়া প্ৰাথমিক বিদ্যালয়লৈ সভাৰ শ্বহীদ সূৰ্য বৰা বঁটা।

৩ ফেব্ৰুৱাৰিত অসম সাহিত্য সভাৰ ৭৪তম অধিবেশনৰ দ্বিতীয় মুকলি সভাত উক্ত বঁটা সমূহ প্ৰদান কৰা হ’ব।

১ৰ পৰা ৪ ফেব্ৰুৱাৰিলৈ দ্বিবাৰ্ষিক অধিবেশনখন তিনিচুকিয়া আৰু অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত অনুষ্ঠিত কৰা হ’ব।

উল্লেখযোগ্য পূৰ্বতে সাহিত্য সভাই চাংলাং জিলাৰ বৰডুমছাত অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল যদিও বুঢ়িদিহীংবাসীৰ অনুৰোধত সভাই বুঢ়িদিহীং অঞ্চলতো দ্বিবাৰ্ষিক অধিবেশনখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

July 16, 2026 2:54 pm
কৰ্প’ৰেটৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভেটি-মাটি উচ্ছেদৰ অভিযোগ! প্ৰণৱ দলে, আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী ৰাজ্যৰ বৌদ্ধিক মহলৰ

কৰ্প’ৰেটৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভেটি-মাটি উচ্ছেদৰ অভিযোগ! প্ৰণৱ দলে, আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী ৰাজ্যৰ বৌদ্ধিক মহলৰ

July 16, 2026 2:34 pm
আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

July 16, 2026 1:08 pm
গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

July 16, 2026 2:54 pm
কৰ্প’ৰেটৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভেটি-মাটি উচ্ছেদৰ অভিযোগ! প্ৰণৱ দলে, আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী ৰাজ্যৰ বৌদ্ধিক মহলৰ

কৰ্প’ৰেটৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভেটি-মাটি উচ্ছেদৰ অভিযোগ! প্ৰণৱ দলে, আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী ৰাজ্যৰ বৌদ্ধিক মহলৰ

July 16, 2026 2:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd