DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ছিকিম

ছিকিমৰ মুখ্য মন্ত্ৰী পৱন কুমাৰ চামলিঙক শুভেচ্ছা মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2018 4:19 pm
Conrad-addressing-media-570x320
126
VIEWS
Share on FacebookShare on Twitter

দেশৰ আটাইতকৈ দীৰ্ঘকাল সময় মুখ্য মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা ছিকিমৰ মুখ্য মন্ত্ৰী পৱন কুমাৰ চামলিঙক শুভেচ্ছা জ্ঞাপন কৰিছে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড কে চাংমাই।

কনৰাড চাংমাই ফেইচবুকত প্ৰকাশ কৰা শুভেচ্ছা বাৰ্তাত কয় ‘আপোনাৰ সবল নেতৃত্বৰ বাবেই ছিকিমৰ সামগ্ৰিক উন্নয়ন সম্ভৱপৰ হৈছে। আৰু আপোনাৰ কৰ্মৰাজী বেলেগৰ বাবে আদৰ্শ।

উল্লেখ্য যে ১৯৯৪ চনৰ ১২ ডিচেম্বৰত পৱন কুমাৰ চামলিঙে প্ৰথমবাৰৰ বাবে ছিকিমৰ মুখ্য মন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰিছিল। আৰু তেতিয়াৰ পৰা আজিলৈ চামলিঙে ৮,৫৩৬ দিন ছিকিমৰ মুখ্য মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰি এই কৃতিত্ব আৰ্জন কৰিলে।

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা কোনো এখন ৰাজ্যৰে মুখ্য মন্ত্ৰীয়ে ছিকিমৰ পৱন কুমাৰ চামলিঙৰ দৰে দীৰ্ঘকাল সময় মুখ্য মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা নাই।

ছিকিম ডেম’ক্ৰেটিক ফ্রণ্ট নামৰ এটা ৰাজনৈতিক দল জন্ম দি চামলিঙে ১৯৮৯-৯২ চনলৈকে নৰ বাহাদুৰ ভাণ্ডাৰীৰ নেতৃত্বাধীন চৰকাৰৰ উদ্যোগ, তথ্য আৰু জনসম্পৰ্কৰ মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰে।

এইগৰাকী জ্যেষ্ঠ তথা ছিকিমৰ পঞ্চমগৰাকী মুখ্য মন্ত্ৰী চামলিঙ ১৯৫০ চনৰ ২২ ছেপ্তেম্বৰত জন্মগ্ৰহণ কৰিছিল। ১৯৯৪ চনৰ পৰা একেৰাহে পাঁচবাৰলৈ ছিকিমৰ শাসনভাৰ দখল কৰা ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ প্ৰতিষ্ঠাপক সভাপতি আছিল চামলিঙ। আৰু তেওঁ ৪৪ বছৰ বয়সত ছিকিমৰ মুখ্য মন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰিছিল।

Recent News

digital rape

সাত বছৰ ধৰি কিশোৰীক ডিজিটেল ধৰ্ষণ: অভিযুক্ত স্কেচ শিল্পীক গ্ৰেপ্তাৰ

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

Putin very ill with blood cancer

ব্লাড কেঞ্চাৰত আক্ৰান্ত পুটিন! ৰুছ ধনকুবেৰৰ ভাইৰেল অডিঅ’ ৰেকৰ্ডিঙে সৃষ্টি কৰিছে চাঞ্চল্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd