• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

‘ছিকিম মাৰাথন মানৱ’ অমৰ চুব্বা ১২ ঘণ্টীয়া নৈশ মাৰাথনলৈ

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
May 23, 2018 2:16 pm
Marathon Man of Sikkim Amar Subba
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ বাবে সাজু ‘ছিকিম মাৰাথন মানৱ’ ৰূপে পৰিচিত অমৰ চুব্বা। অহা ২৬ আৰু ২৭ মে’ত হায়দৰাবাদৰ গাচ্ছিবউলি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ১২ ঘণ্টীয়া নৈশ মাৰাথন প্ৰতিযোগিতাত অংশগ্ৰহণৰ উদ্দেশ্যে বুধবাৰে হায়দৰাবাদলৈ ৰাওনা হয় খেলুৱৈগৰাকী। ২৬ মে’ৰ সন্ধিয়া ৭ বজাত আৰম্ভ হৈ ২৭ মে’ৰ ৰাতিপুৱা ৭ বজালৈ একেৰাহে অনুষ্ঠিত হ’ব এই দৌৰ প্ৰতিযোগিতা।

বাংগালোৰস্থিত নন-ষ্টপ এণ্টাৰটেইণমেণ্ট বিজনেছ স্প’ৰ্টছে আয়োজন কৰা আল্ট্ৰা মাৰাথন প্ৰতিযোগিতাখনত দেশৰ কেৱল নিৰ্বাচিত এথলীটসকলেহে অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে।

Apply Now

উল্লেখ্য যে তিনিবছৰৰ মূৰত ১২ ঘণ্টীয়া ষ্টেডিয়াম দৌৰ প্ৰতিযোগিতাত অংশ ল’বলৈ ওলোৱা ৫০ বছৰীয়া চুব্বাৰ জীৱনৰ এয়াই প্ৰথম নৈশ দৌৰ প্ৰতিযোগিতা। ১২ ঘণ্টীয়া ষ্টেডিয়াম দৌৰ প্ৰতিযোগিতাত ১২ বছৰ আগতে বাংগালোৰত অভিষেক কৰি প্ৰতিযোগিতাখনত চুব্বাই ১২ ঘণ্টাত মুঠ ৯৬ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি তৃতীয় স্থান অধিকাৰ কৰিছিল। তাৰ পাছত ২০১৫ত মুম্বাইত অনুষ্ঠিত হোৱা ১২ ঘণ্টীয়া ষ্টেডিয়াম দৌৰত তেওঁ ৯৫.৬ কিলোমিটাৰ দূৰত্বৰে পঞ্চম স্থান দখল কৰিছিল। ইয়াৰ উপৰি চুব্বাই যোৱা বছৰ বাংগালোৰত অনুষ্ঠিত হোৱা ২৪ ঘণ্টীয়া ষ্টেডিয়াম দৌৰতো অংশগ্ৰহণ কৰিছিল যদিও আঘাতৰ বাবে আধাতে প্ৰতিযোগিতা সামৰিছিল।

‘গোটেই ৰাতিটো দৌৰা মোৰ বাবে এয়া নতুন প্ৰত্যাহ্বান। দেশৰ আগশাৰীৰ আল্ট্ৰা মাৰাথনবিদসকলৰ উপস্থিতিত দৌৰাটো ইমান সহজ নহয়। মই মোৰ নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন ৯৬ কিলোমিটাৰৰ অভিলেখ ভংগ কৰি প্ৰতিযোগিতাখনত তিনিটা স্থানৰ ভিতৰত থাকিবলৈ প্ৰয়াস কৰিম’। গেংটকত আয়োজিত সংবাদমেলত এইদৰে কয় চুব্বাই।

উল্লেখ্য যে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ পূৰ্বে তেওঁ কঠোৰ অনুশীলনত ব্যস্ত আছিল। আৰু তেওঁ অনুশীলনৰ সময়ত ১২ ঘণ্টাত ৬০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে।

গভীৰ আত্মবিশ্বাসেৰে তেওঁ কয়, ‘ৰাজ্যৰ লগতে দেশৰ নৱপ্ৰজন্মক উৎসাহিত কৰাৰ বাবেই মই এনেধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছো।‘

ইয়াৰ উপৰি প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা আয়োজক গোষ্ঠী আৰু তেওঁক সকলো ক্ষেত্ৰতে উৎসাহিত কৰা সমৰ্থকসকলক ধন্যবাদ জনায়।

সাগৰ ছেত্ৰী

সাগৰ ছেত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd