• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাৰ্মানীত প্ৰশিক্ষণৰত ফুটবলাৰ ‘চন্দনক’ নলবাৰী ক্ৰিড়া সন্থাৰ সম্বৰ্ধনা

NE NOW NEWS এন ই নাও নিউজ
নলবাৰী , December 20, 2017 2:47 pm

2 min read

জাৰ্মানীত প্ৰশিক্ষণৰত ফুটবলাৰ ‘চন্দনক’ নলবাৰী ক্ৰিড়া সন্থাৰ সম্বৰ্ধনা
113
VIEWS
Share on FacebookShare on Twitter

কালি সন্ধিয়া নলবাৰী ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত জাৰ্মানীত প্ৰশিক্ষণৰত অসমৰ একমাত্ৰ শিশু ফুটবলাৰ চন্দন বড়োক বিপুল সম্বৰ্ধনা জনোৱা হয়। চন্দন বড়োক ক্ৰীড়া সন্থাৰ কাৰ্যালয়লৈ আমন্ত্ৰণ কৰি আনি উষ্ম আদৰণি জনোৱাৰ লগতে শৰাই, গামোচা, জাপি, ফুলৰ থোপা  আদিৰে সম্বৰ্ধনা জনায়।

সম্বৰ্ধনা গ্ৰহণ কৰি চন্দন বড়োৱে কয় – মোৰ জন্ম নলবাৰীতে আৰু আমাৰ পূৰণি ঘৰ  কটাহকুছিত আছিল। সম্প্ৰতি ওডালগুৰি জিলাৰ হৰিশিঙাৰ বাসিন্দা নৃপেন বড়ো আৰু বীনা বড়োৰ সুযোগ্য সন্তান চন্দনে বৰ্তমান ষষ্ঠ শ্ৰেণীৰ জাৰ্মানীৰ ছাত্ৰ। বৰ্তমান তেওঁ জাৰ্মানীৰ আই এচ ডি স্কুলত পঢ়ি আছে। টাটা ফুটবল একাডেমীৰ আৰ্থিক সাহাৰ্য্যত প্ৰশিক্ষণ লৈ থকা চন্দনে আৰু পাচঁ বছৰ জাৰ্মানীত প্ৰশিক্ষণৰ বাবে সময় কটাব লাগিব।।

আজি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, বৰ্তমান মই জাৰ্মানীৰ ইউ ড্ৰিম ফুটবল একাডেমীত  ফুটবলৰ প্ৰশিক্ষণ লৈ আছো।  মোৰ প্ৰিয় আন্তৰ্জাতিক খেলুৱৈ নেইমাৰ আৰু প্ৰিয় ক্লাৱ দল হ’ল বাৰ্চিলোনা। প্ৰতিভাসম্পন্ন চন্দনক জনোৱা সম্বৰ্ধনা অনুষ্ঠানত ক্ৰীড়া সন্থাৰ সভাপতি প্ৰদ্যুত ভূঞাৰ লগতে চন্দন হালৈ, ব্ৰজেন চৌধুৰী, ধৰ্মেশ্বৰ হালৈ, সত্যেন শৰ্মা, দিলিপ মেধি, আফুল ৰেফি সহ বিভিন্ন দল -সংগঠনৰ নেতৃত্ব উপস্থিত থাকে ।

নলবাৰী ক্ৰিড়া সন্থাৰ উপৰি জাৰ্মানীত প্ৰশিক্ষণৰত শিশু খেলুৱৈ গৰাকীক ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ তৰফৰ পৰাও সম্বৰ্ধনা জনায় আৰু শুভেচ্ছা জ্ঞাপন কৰে।

 

Recent News

210303215044-byun-hui-su-file-exlarge-169

দক্ষিণ কোৰিয়াৰ প্ৰথমগৰাকী ট্ৰেন্সজেণ্ডাৰ সৈনিকৰ মৃতদেহ উদ্ধাৰ : যোৱা বৰ্ষত পুৰুষৰ পৰা মহিলা হৈছিল সৈনিকগৰাকী

Whale-vomit-1_603f597c9f73d

কপাল! তিমিৰ বমি বুটলি আনি নিশাৰ ভিতৰতে কোটিপতি হ’ল এইগৰাকী মহিলা

BJP-AGP

ইউ পি পিএলক ৮খন, অগপলৈ ২৬খন এৰি বিজেপিয়ে ৯২খন আসনত কৰিব প্ৰতিদ্বন্দ্বিতা!

accident final

মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত দুজন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd