• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমাচা ভৱন মুকলি ড০ হিমন্ত বিশ্ব শৰ্মাৰ : ডিমা হাচাও উন্নয়নৰ ধন ৰাশি ১০০ কোটিলৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2018 10:03 am
21-05-18 Guwahati- Himanta Biswa Sarma press meet (1)
83
VIEWS
Share on FacebookShare on Twitter

‘নতুন দিল্লীত নিৰ্মাণ কৰা হ’ব তিনিটা নতুন ভৱন। শীঘ্ৰে নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব অসম ভৱন, কাৰ্বি ভৱন আৰু ডিমাচা ভৱন ’। এই কথা ঘোষণা কৰে ৰাজ্যৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সোমবাৰে গুৱাহাটীৰ ৰুক্মিণী নগৰত নৱনিৰ্মিত ডিমাচা ভৱনৰ মুকলি কৰি ড০ শৰ্মাই কয়, ‘তিনিওটা ভৱনৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ভূমি আবণ্টন দিছে। ভৱনকেইটাৰ নিৰ্মাণকাৰ্য অচিৰেই আৰম্ভ কৰা হ’ব আৰু প্ৰায় ২ বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব। ডিমা হাচাও স্বায়ত্ত পৰিষদৰ বাবে পূৰ্বতে ৫০ কোটি টকাকৈ দিয়া হৈছিল। কিন্তু এতিয়াৰে পৰা পৰিষদক ১০০ কোটি টকা দিয়া হ’ব’।

বিত্ত মন্ত্ৰীগৰাকীয়ে হাফলঙৰ জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদিত শক্তিৰ ৫ শতাংশ ডিমা হাচাও স্বায়ত্ত পৰিষদে বিনামূলীয়াকৈ লাভ কৰিব বুলি মন্তব্য কৰি কয়- ‘ডিমা হাচাওৰ সকলো সম্পদৰে ৰয়েল্টী জিলাখনে লাভ কৰিব’।

সাম্প্ৰতিক সময়ত অসমৰ সৰ্বত্ৰে আন্দোলন প্ৰতিবাদ চলি থকা প্ৰসংগত মন্ত্ৰী শৰ্মাই কয়, ‘মদাহীয়ে মদ নাখালে যেণেকৈ থাকিব নোৱাৰে, জুৱাৰীয়ে জুৱা নেখেলিলে থাকিব নোৱাৰে ঠিক সেইদৰে অসমত এচাম মানুহ আছে যিয়ে প্ৰতিবাদ আন্দোলন নকৰিলে থাকিব নোৱাৰে’।

ইফালে উক্ত অনুষ্ঠানত ডিমা হাচাও স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱলাল গাৰ্লোছা উপস্থিত থাকি কয়, ‘গুৱাহাটীৰ ডিমাচা ভৱনটোৱে নিশ্চয়কৈ ডিমা হাচাওৰ পৰা শিক্ষা, স্বাস্থ্য তথা আন আন কামত অহা লোকসকলক যথেষ্ট পৰিমানে সহায় কৰিব।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd