• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ড০ পীতাম্বৰ দেৱগোস্বামীয়ে উদঘাটন কৰিলে মাজুলীৰ ম’হকিনাত নৱনিৰ্মিত নামঘৰৰ দ্বাৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
July 16, 2018 9:43 am
Screenshot_20180715-145133_Video Player

মাজুলীৰ ম’হকিনাত নৱনিৰ্মিত নামঘৰৰ দ্বাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজুলীৰ প্ৰসিদ্ধ ম’হকিনা গাওঁবাসীৰ দীৰ্ঘদিনীয়া সপোন, অতি মৰম তথা কষ্টোপাৰ্জিত ধনেৰে নিৰ্মাণ কৰি উলিওৱা  নৱনিৰ্মিত নামঘৰ-মণিকূটৰ দ্বাৰ দেওবাৰে উদঘাটন আৰু গুৰু আসন প্ৰতিষ্ঠা কৰা হয়। উদঘাটন কৰে আউনীআটি সত্ৰৰ সত্ৰাধিকাৰী ড০ পীতাম্বৰ দেৱগোস্বামীয়ে।

উদঘাটন কৰি পীতাম্বৰ দেৱগোস্বামীয়ে কয়, ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি নামঘৰ অসমৰ জাতীয় জীৱনৰ নাট্যশালা। গুৰুজনাই বৰদোৱাত নামঘৰৰ বীজ ৰোপন কৰাৰ পাছৰে পৰা নামঘৰে অসমীয়া সমাজক একত্ৰিত কৰি ঐক্য-সম্প্ৰীতি ৰক্ষা কৰাত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে’।

Apply Now

মাজুলীৰ ম’হকিনাৰ গাঁওবাসীয়ে দান বৰঙণিৰে নিৰ্মাণ কৰি উলিওৱা মাজুলীৰ ভিতৰতে সুন্দৰ নামঘৰটোৱে অসমীয়া জাতিৰ ধৰ্ম, ভাষা-সাহিত্য, সভ্যতা-সংস্কৃতি, ক’লা- কৃষ্টিৰ এক স্বৰ্ণময় স্তম্ভ স্বৰূপ হৈ জিলিকি উঠিব।

উল্লেখযোগ্য যে অসমীয়া জাতিৰ গঠন আৰু বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা নামঘৰকে আশ্ৰয় কৰি অসমীয়া কলা সংস্কৃতিৰ বিকাশৰ ধাৰা ১৬শ শতিকাতে প্ৰবাহিত হৈছিল সমগ্ৰ অসমজুৰি । সেই ধাৰা, সেই সংস্কৃতি আজিও আমাৰ সমাজত প্ৰবাহিত।

মাজুলীৰ আটাইতকৈ ধুনীয়া নামঘৰটো ম’হকিনা গাঁৱৰ প্ৰায় ১৩০ টা পৰিয়ালে আগবঢ়োৱা দান-বৰঙণিৰ সহায়ত প্ৰায় ৮০ লাখ টকা ব্যয় সাপেক্ষে বিগত চাৰি বছৰৰ শ্ৰমৰ অন্তত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে।

দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা নামঘৰ প্ৰতিষ্ঠা উৎসৱৰ আজি দ্বিতীয় দিনা ঊষা কীৰ্তন, পৰিৱেশ নিকাকৰণ, নাম-প্ৰসংগ আৰু কীৰ্তন পাঠৰ পাছত সমহুৱা নাম অনুষ্ঠিত হ’ব। নিশা উক্ত গাঁৱৰ শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা কৰা হ’ব ‘মৎস্য অৱতাৰ চাৰি বেদ উদ্ধাৰ’ ভাওনা।

নামঘৰটো সম্পূৰ্ণ হৈ উঠা তথা দ্বাৰ উদঘাটনক লৈ এতিয়া ম’হকিনা গাঁৱত এক উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm
ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm
ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd