• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেজপুৰৰ পৰা নতুন দিল্লীলৈ আৰম্ভ নিয়মীয়া বিমান সেৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2018 11:51 am
flight-266x200

প্ৰতিনিধিত্বমূলক চিত্ৰ

324
VIEWS
Share on FacebookShare on Twitter

উত্তৰ অসমৰ দল-সংগঠন তথা ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত বৃহস্পতিবাৰে আৰম্ভ হ’ল তেজপুৰ শালনীবাৰী অসামৰিক বিমান কোঠৰ পৰা কলকাতা হৈ দিল্লী অভিমুখী নিয়মীয়া বিমান সেৱা ।

শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰৰ বিমান কোঠত বিমান সেৱাৰ শুভাৰম্ভণি উপলক্ষে আয়োজন কৰে এক বিশেষ অনুষ্ঠান। তেজপুৰ সাহিত্য সভাৰ সম্পাদক পংকজ বৰুৱাই আঁতধৰা অনুষ্ঠানটিত  মুখ্য অতিথি হিচাপে তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই বিমান সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে।

সাংসদ শৰ্মাই দিয়া উদ্বোধনী ভাষণত দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা দাবীৰ পৰিণতিত উত্তৰপৰীয়া ৰাইজে এই তেজপুৰ-কলকাতা-জব্বলপুৰ-দিল্লী বিমান সেৱা লাভ কৰিবলৈ সক্ষম হ’ল বুলি কয়।

উল্লেখ্য যে এই বিমান সেৱা সপ্তাহৰ প্ৰতিটো দিনেই উপলব্ধ হ’ব। জানিব পৰা মতে, তেজপুৰৰ পৰা দিল্লীলৈ চলিবলগীয়া এই নিয়মীয়া বিমান সেৱাৰ বাবে প্ৰতিগৰাকী যাত্ৰীয়ে সম্প্ৰতি বহন কৰিব লাগিব ১০,৫০০ টকা।

তেজপুৰ বিমানকোঠৰ সঞ্চালক আৰ এন সিং, তেজপুৰৰ পৌৰপতি পুষ্পা ডেকা, শোণিতপুৰ জিলাৰ উপায়ুক্ত মনোজ কুমাৰ ডেকা, আৰক্ষী অধীক্ষক পৃথ্বিপাল সিঙকে ধৰি বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানত সকলোৱে একেমুখে এই নতুন বিমান সেৱা প্ৰৱৰ্তন কৰাক লৈ সন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হয়।

Recent News

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd