• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ত্রিপুৰাৰ মেকানিকে সাজি উলিয়ালে ছ’চিয়েল ডিস্টেন্সিং উপযোগী বাইক

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , April 26, 2020 8:59 am

1 min read

ত্রিপুৰাৰ মেকানিকে সাজি উলিয়ালে ছ’চিয়েল ডিস্টেন্সিং উপযোগী বাইক
27.4k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত মানুহৰ মাজত শাৰীৰিক ব্যৱধান বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব দি অহাৰ সময়তে ত্ৰিপুৰাৰ এজন ব্যক্তিয়ে বৰ্তমান পৰিস্থিতিৰ কথা ভাবি সাজি উলিয়াইছে এখন বিশেষ বাইক।

পাৰ্থ সাহা নামৰ মেকানিক গৰাকীয়ে সাজি উলিওৱা বেটেৰী চালিত বাইকখনত চালক আৰু আৰোহী চিটৰ মাজত থকা দূৰত্ব হৈছে এক মিটাৰ।  

এতিয়া বাইকখনত নিজৰ কন্যাক উঠাই মাজে সময়ে এপাক ফুৰাই আনে বুলি আগৰতলাৰ পাল পাৰা নিৱাসী পাৰ্থ সাহাই কয়।

তেওঁ কয়, ‘বহুত দিনৰ পৰা মই এনে এখন বাইক সাজি উলিওৱাৰ কথা ভাবি আছিলো য’ত আৰোহী দুজনৰ মাজত শাৰীৰিক দূৰত্ব বৰ্তি থাকে’।    

‘আৰু বিশেষকৈ মোৰ কন্যাক লগত লৈ শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখি কেনেকৈ বাহিৰলৈ ওলাই যাম সেই কথা মোৰ মনত চলি আছিল। এতিয়া আমি দুয়ো এইখন বাইকতে বাহিৰলৈ যাঁও’ তেওঁ কয়।

বাইকখনত বনাবলৈ তেওঁক এটা ৭৫০ ৱাটৰ মটৰ আৰু লিঠিয়াম বেটেৰী প্ৰয়োজন হৈছিল বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

একেটা দিনতে নিৰ্মাণ কৰা বাইকখন এবাৰ সম্পূৰ্ণ ছাৰ্জ হ’বলৈ ২ৰ পৰা ৩ ঘণ্টা সময় লাগে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এবাৰ ছাৰ্জ কৰাৰ পিছত বাইকখন ৮০ কিঃ মিঃ পৰ্যন্ত চলাব পাৰি।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd