DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাৰ খোৱাই জিলাত আসাম ৰাইফলছৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2018 3:35 pm
camp-570x320
82
VIEWS
Share on FacebookShare on Twitter

৪ জুলাইত ত্ৰিপুৰাৰ খোৱাই জিলাৰ ঠেলাকুম অঞ্চলত ২১ নং আসাম ৰাইফলছৰ উদ্যোগত এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। শিবিৰটোৰ জৰিয়তে অঞ্চলটোৰ লোকসকলৰ মাজত স্বাস্থ্য সজাগতা বৃদ্ধি তথা বাৰিষা কালত পানীৰ পৰা হ’ব পৰা বিভিন্ন ৰোগ কেনেদৰে নিৰাময় কৰিব পৰা পৰা যায় সেই সম্বন্ধে আলোচনা কৰা হয়।

ঠেলাকুম অঞ্চলৰ যুৱ প্ৰজন্ম, মহিলা, শিশু তথা গাঁৱৰ জ্যেষ্ঠ লোকসকলে উক্ত স্বাস্থ্য শিবিৰটোত অংশগ্ৰহণ কৰে বুলি আসাম ৰাইফলছে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰে।

উল্লেখ্য যে বিশেষজ্ঞসকলৰ দ্বাৰা পৰিচালিত পানীৰ পৰা সংক্ৰমিত ৰোগ বিশেষকৈ কলেৰা, হেপাটাইটিছ এ, দেংগি আৰু টাইফয়ডৰ ভয়াবহতা সম্পৰ্কে তথা ইয়াৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পাৰি আদি বিষয়ে উক্ত স্বাস্থ্য শিবিৰটোত  উপস্থিত থকা লোকসকলক অৱগত কৰে।

আসাম ৰাইফলছৰ উদ্যোগত আয়োজন কৰা এই স্বাস্থ্য শিবিৰটোৰ জৰিয়তে উক্ত অঞ্চলৰ লোকসকল যথেষ্ট উপকৃত হোৱা বুলি কোৱাৰ লগতে গাঁওবাসীয়ে আসাম ৰাইফলছক ধন্যবাদ জ্ঞাপন কৰে বুলিও প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনায়।

Recent News

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd