• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাত শান্তি-শৃংখলা অটুট ৰাখিবলৈ ৰাজ্যপালক অনুৰোধ ৰাজনাথ সিঙৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2018 10:46 am
Rajnath-Tathagata-Roy
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছৰে পৰা ৰাজ্যখনত বৃদ্ধি পোৱা হিংসাত্মক কাৰ্যকলাপ ৰোধ কৰিবলৈ কালি গৃহমন্ত্ৰণালয়ে ৰাজ্যপাল তথাগত ৰয় আৰু আৰক্ষী সঞ্চালক প্ৰধান এ কে শুক্লাক অনুৰোধ কৰে। পৰৱৰ্তী নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ নকৰালৈকে ৰাজ্যখনত যাতে শান্তি-সম্প্ৰিতী অটুট থাকে তাৰ বাবে তৎকালীনভাবে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ কৰে গৃহমন্ত্ৰণালয়ে।

ইফালে ৰাজ্যখনত হিংসাত্মক কাৰ্যকলাপ চলি থকাৰ সময়তে ৰাজ্যপাল তথাগত ৰয়ে টুইট যোগে কৰা মন্তব্যত বাওঁপন্থী সমৰ্থকসকল আৰু অধিক ক্ষুন্ন হৈ পৰা পৰিলক্ষিত হৈছে। তেওঁ টুইটযোগে কয়-‘এখন গণতান্ত্ৰিকভাবে নিৰ্বাচিত চৰকাৰে যি কৰিব পাৰে সেয়া আকৌ গণতান্ত্ৰিকভাবে নিৰ্বাচিত চৰকাৰখনে নোহোৱাও কৰিব পাৰে’।

Apply Now

বিজেপিয়ে ত্ৰিপুৰাত অপ্ৰত্যাশিত বিজয় লাভ কৰাৰ পিছতে ৰাজ্যখনৰ গেৰুৱা সমৰ্থকসকলে বাওঁপন্থী নেতা-কৰ্মচাৰীসকলৰ ওপৰত আক্ৰমণ তথা লেনিনৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা আদি কাৰ্যকে সমৰ্থন কৰি ৰাজ্যপালগৰাকীয়ে এনেধৰণে টুইট কৰা দেখা যায়।

বিজেপিৰ সমৰ্থক তথা ৰাজ্যপালৰ এনে কাৰ্যত স্বাভাবিকতে গেৰুৱা বাহিনীৰ কেন্দ্ৰীয় নেতৃবৃন্দ অস্বস্তিত পৰা পৰিলক্ষিত হৈছে।

আনহাতে চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত ক্ষেদ প্ৰকাশ কৰাৰ লগতে ৰাজ্যপালে টুইটযোগে কৰা মন্তব্যকো দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

ইফালে গৃহমন্ত্ৰণালয়ৰ তৰফৰ পৰা কোনো ধৰণৰ নিৰ্দেশ পোৱা নাই বুলি জনায় ৰাজ্যপাল ৰয়ে। মঙলবাৰে ৰাজ্যপাল কাৰ্যালয়ৰ পৰা এই সন্দৰ্ভত এক টুইটযোগে কয়, ‘ৰাজ্যপালে গৃহ মন্ত্ৰীৰ তৰফৰ পৰা কোনো লিখিত জাননী লাভ কৰা নাই….’। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যপাল ৰয়ক ৰাজ্যখনত আইন-শৃংখলাৰ সম্পূৰ্ণ তত্বাৱধানত ৰাখিবলৈ নিৰ্দেশ দিয়াৰ এক বাতৰি প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যপাল ৰয়ে এনেধৰণে মন্তব্য কৰা দেখা যায়।

শুত্ৰৰ পৰা জানিব পৰা মতে ৰাজ্যখনৰ হিংসাত্মক কাৰ্যকলাপ সম্পৰ্কে গৃহ মন্ত্ৰীয়ে ৰাজ্যপাল ৰয় আৰু আৰক্ষী সঞ্চালক প্ৰধান শুক্লাক ফোনযোগে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

August 25, 2026 12:21 pm
পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am
পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

August 25, 2026 10:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

August 25, 2026 12:21 pm
পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd