• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিচপুৰৰ মুকেশ হুণ্ডাইত কৰ্মচাৰীক আঁঠু কঢ়াই সন্মুখত কে’ক কটাৰ পৈশাচিকতা প্ৰদৰ্শন মালিক হিম্মটচিংকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2018 4:43 pm
mukesh hyundai
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰশাসনৰ কেন্দ্ৰস্থল দিচপুৰতে গণেশগুৰিৰ মুকেশ হুণ্ডাই নামৰ গাড়ীৰ শ্ব’ ৰুমটোৰ কৰ্মচাৰীক এজনক কাণত ধৰাই আঁঠু কঢ়োৱাই ৰাখি তেওঁৰ সন্মুখত কে’ক কাটি ব্যৱসায়ৰ সফলতা উদযাপন কৰা কোম্পানিটোৰ মালিক ৰিশভ হিম্মটশিংকাৰ পৈশাচিক প্ৰদৰ্শনকামিতা আৰু অপৰাধৰ বিৰুদ্ধে কৰ্মচাৰীসকলৰ ঐক্যবদ্ধ প্ৰতিবাদে আজি ৫ জুলাইত উত্তাল কৰি তোলে প্ৰতিষ্ঠানটো।

ঘটনাটোৰ ছবি বিয়পি পৰাত ছ’চিয়েল মিডিয়াতো ই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Apply Now

অভিযোগ অনুসৰি প্ৰতিষ্ঠানটোত যোৱা এক দশকতকৈও অধিক কাল চাকৰি কৰি অহা কৰ্মচাৰীজনক আজি ৫ জুলাইত ষ্টক-সম্পৰ্কীয় অ’ডিটক লৈ প্ৰশ্ন কৰি বুকুত ধৰি চোঁচোৰাই তেওঁলোকৰ হিন্দী ভাষাত ‘মুৰ্গা বনিবলে’ দিয়ে। ‘মইতো আৰু মালিকৰ লগত কাজিয়া কৰিব নোৱাৰো,’ কোটিপতি মালিকৰ সন্মুখত অসহায় কৰ্মচাৰীজনৰ মন্তব্য।

মালিক হিম্মটশিংকাই আনকি জোতা খুলি কৰ্মচাৰীজনক মাৰিব খুজিছিল আৰু প্ৰতিষ্ঠানটোত উপস্থিত সকলো লোকৰ সন্মুখত ঘটনাটো ঘটিছিল। ‘জোতা খুলিছিলে। তাৰ পৰা মেদামে ধৰিলে। মেডামে মাৰিব নিদিলে আৰু,’ ঘটনাথলীত উপস্থিত হিম্মতশিংকাৰ পত্নীৰ কথা উল্লেখ কৰি অসহায় কৰ্মচাৰীজনৰ মন্তব্য।

মালিকৰ এই দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিষ্ঠানটোৰ পুৰুষ-মহিলা নিৰ্বিশেষে অপমানিত সকলো শ্ৰমিকে সংবাদ মাধ্যমৰ সন্মুখত ঘটনাটোৰ সাক্ষ্য দিছে। প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে মালিকজনৰ পৰা ক্ষমা প্ৰাৰ্থনা দাবী কৰিছে আৰু ইয়াৰ অন্যথা কাম বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে।

‘আজি তেওঁৰ লগত হৈছে, কাইলে আমাৰ লগত হ’ব,’ আতংকিত কণ্ঠে সাংবাদিকক জনালে প্ৰতিষ্ঠানটোত কাম কৰা এগৰাকী যুৱতীয়ে।

শ্ৰমিকসকলৰ প্ৰতিবাদত ভাগ লৈ সদৌ অসম অট’ম’বাইল শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদকে ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানত এই ঘটনা কোনো বিক্ষিপ্ত ঘটনা নহয় বুলি উল্লেখ কৰি চৰকাৰক শ্ৰম আইনসমূহৰ যথোচিত কাৰ্য্যকৰীকৰণৰ বাবে দাবী জনায়।

ৰাজধানীত ঘটা এই ঘটনাটোৱে অসমত ধনী ব্যৱসায়ীৰ মইমতালি আৰু থলুৱা শ্ৰমিকৰ অসহায় অৱস্থাক লৈ গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd