• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুলীয়াজানত ৮ টা সংগঠনৰ ঐক্যমঞ্চৰ অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত

NE NOW NEWS এন ই নাও নিউজ
ডিব্ৰুগড় , March 7, 2018 7:07 pm

1 min read

Oil_India_Limited
79
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডে থলুৱা কোম্পানীক বাদ দি বাহিৰৰ ট্ৰেভেল এজেন্সীৰ সৈতে অইলৰ ঠিকা কামৰ বাবে আহ্বান কৰা নিবিদা বাতিলৰ দাবীত দুলীয়াজানত ৮ টা সংগঠনে ঐক্যবদ্ধভাৱে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰাপ্ত তথ্য মতে বুধবাৰে পুৱাৰ পৰাই ৮ টা সংগঠনে স্থানীয় প্ৰায় শতাধিক লোকৰ সহযোগত ডিব্ৰুগড় জিলাৰ দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য দ্বাৰ বন্ধ কৰি অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

অইল ইণ্ডিয়া লিমিটেডে আহ্বান কৰা বহিৰাগত ট্ৰেভেল এজেন্সিৰ নিবিদাই স্থানীয় যুৱক সকলৰ বাবে নিৱনুৱা সমস্যাৰ সৃষ্টি কৰাৰ আশংকা কৰি প্ৰতিবাদকাৰী সকলে উক্ত নিবিদা বাতিলৰ দাবী জনাইছে।

ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সভাপতি জিতু চেতিয়াই অইল ইণ্ডিয়া লিমিটিডে উক্ত নিবিদা বন্ধ নকৰিলে পূৰ্বৰে অইল ইণ্ডিয়া লিমিটেডত কাম কৰি অহা যুৱক সকলৰ ভাত মৰিব আৰু স্থানীয় যুৱক সকলে নিৱনুৱা সমস্যাত ভূগিব। ফলত প্ৰতিবাদ কাৰী সকলে অইল ইণ্ডিয়া লিমিটেডক উক্ত নিবিদা বন্ধ কৰিবলৈ আহ্বান জনাইছে।

Recent News

Sibsagar

আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন ‘মনোৰথ’

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

Cement-Syndicate-1024x512

নিৰ্বাচনমুখী অসমত অসাধু চিমেন্ট ‘ছিণ্ডিকেট’য়ে বঢ়ালে চিমেন্টৰ মূল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd