• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ আগশাৰীৰ ব্ৰেণ্ড আমূলৰ বিজ্ঞাপনত ভাৰত গৌৰৱ হিমাৰ সাফল্য

এন ই নাও নিউজ by এন ই নাও নিউজ
July 14, 2018 12:38 pm
আমূলৰ বিজ্ঞাপনত হিমা
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰে প্ৰথম দৌৰবিদৰূপে ৪০০ মিটাৰ দৌৰত বিশ্ব চেম্পিয়নৰ খিতাপেৰে ইতিহাস ৰচনা কৰাৰ পিছতে অসম কন্যা হিমাৰ সাফল্যক লৈ সমগ্ৰ দেশতে উছাহ পৰিলক্ষিত হৈছে।

দেশৰ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰীৰ লগতে শচীন তেন্দুলকাৰ, অমিতাভ বচ্চনৰ দৰে প্ৰখ্যাত তাৰকাই ভূয়সী প্ৰশংসা কৰা হিমা দাসক দেশৰ সকলো শ্ৰেণীৰ লোকে অভিনন্দন জনাইছে।

Apply Now

ইয়াৰ পিছতে দেশৰ বাণিজ্যিক ক্ষেত্ৰখনতো হিমাৰ সাফল্যই প্ৰভাৱ বিস্তাৰ কৰিছে। দেশৰ আগশাৰীৰ ব্ৰেণ্ড আমূলেও এইবাৰ হিমা দাসৰ সফলতাক লৈ প্ৰকাশ কৰিলে নতুন বিজ্ঞাপন।

কোম্পানীটোৱে ‘দাস পে দছ’ শ্ল’গানেৰে মুকলি কৰিলে নিজৰ এই বিজ্ঞাপন। হিমাৰ জনপ্ৰিয়তাই  এতিয়া আন ক্ৰীড়া তাৰকা বা চিত্ৰ তাৰকাকো ম্লান কৰি পেলাইছে। আমূলৰ এই নতুন বিজ্ঞাপনে ভাৰতৰ দৌৰৰ ৰাণী হিমাৰ সফলতাক তুলি ধৰিবলৈ তাৎক্ষনিকভাৱে সঁহাৰি জনোৱাটোৱে খেলুৱৈগৰাকীৰ দেশৰ ক্ৰীড়া জগতত পেলোৱা প্ৰভাৱৰ কথাকে সূচাইছে।

উল্লেখযোগ্য যে শুকুৰবাৰে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমা দাসক অসমৰ ক্ৰীড়াৰ ব্ৰেণ্ড এম্বেছেদৰৰূপে ঘোষণা কৰিছে। হিমা দাসক ৰাজ্যিক মৰ্য্যাদাৰে সন্মান জনোৱাৰ লগতে নগদ ধনেৰেও তেওঁক পুৰস্কৃত কৰাৰ কথাও ঘোষণা কৰিছে মুখ্য মন্ত্ৰীগৰাকীয়ে।

হিমা দাসৰ স্বৰ্ণ জয়ক ‘বিৰল কৃতিত্ব’ আৰু ‘অসমবাসীৰ বাবে গৌৰৱৰ কাৰণ’ৰূপে অভিহিত কৰি মুখ্য মন্ত্ৰী সোণোৱালে ‘ভাৰতৰ এইগৰাকী নতুন দৌৰৰ ৰাণীয়ে জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া সমাগত এছিয়ান গে’মছটো স্বৰ্ণ পদক অৰ্জন কৰি ৰাজ্যবাসীক গৌৰৱান্বিত’ কৰিব বুলি আশা প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ৰকেটে! চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই? অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল

চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ৰকেটে! চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই? অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল

August 2, 2026 12:22 pm
অসমৰ বান পৰিস্থিতিৰ কিছু উপশম ঘটিছে; এতিয়াও বানাক্ৰান্ত ১.৭৮ লাখৰো অধিক লোক

অসমৰ বান পৰিস্থিতিৰ কিছু উপশম ঘটিছে; এতিয়াও বানাক্ৰান্ত ১.৭৮ লাখৰো অধিক লোক

August 2, 2026 10:34 am
পুৱাই ভয়ংকৰ বিমান দুৰ্ঘটনা! ভাঙি পৰিল পৰ্যটক কঢ়িওৱা বিমান; পাইলটসহ ১৩ জনৰ মৃত্যু

পুৱাই ভয়ংকৰ বিমান দুৰ্ঘটনা! ভাঙি পৰিল পৰ্যটক কঢ়িওৱা বিমান; পাইলটসহ ১৩ জনৰ মৃত্যু

August 2, 2026 10:01 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 2, 2026 9:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ৰকেটে! চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই? অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল

চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ৰকেটে! চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই? অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল

August 2, 2026 12:22 pm
অসমৰ বান পৰিস্থিতিৰ কিছু উপশম ঘটিছে; এতিয়াও বানাক্ৰান্ত ১.৭৮ লাখৰো অধিক লোক

অসমৰ বান পৰিস্থিতিৰ কিছু উপশম ঘটিছে; এতিয়াও বানাক্ৰান্ত ১.৭৮ লাখৰো অধিক লোক

August 2, 2026 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd