• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দ্বিতীয় অন্তৱৰ্তীকালীন লাভ্যাংশ হিচাপে অসম চৰকাৰলৈ নুমলীগড় শোধনাগাৰৰ ৯৯.৯০ কোটি টকাৰ চেক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 6, 2018 9:52 pm

1 min read

Numaligarh Refinery Limited
100
VIEWS
Share on FacebookShare on Twitter

নুমলীগড় শোধনাগাৰ লিমিটেডে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আজি ৯৯.৯০ কোটি টকাৰ এখন চেক প্ৰদান কৰে।

কোম্পানীটোত ৰাজ্য চৰকাৰৰ ১২.৩৫ শতাংশ ইকুইটিৰ বিপৰীতে থকা দ্বিতীয় অন্তৱৰ্তীকালীন লাভ্যাংশৰ উক্ত ধন প্ৰদান কৰে।

আজি দিছপুৰস্থিত জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ কাৰ্যালয় কক্ষত নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই সৰ্বানন্দ সোণোৱালৰ হাতত চেকখন প্ৰদান কৰে বুলি ৰাজ্য চৰকাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰছ বিবৃতিত জনোৱা হয়।

এই লাভ্যাংশৰ জৰিয়তে ৰাজ্য চৰকাৰে প্ৰতিষ্ঠানটোৰ পৰা ২০১৭-১৮ বিত্তীয় বৰ্ষত অন্তৱৰ্তীকালীন লাভ্যাংশ হিচাপে ক মুঠ ১৪৫.৩১ কোটি টকা লাভ কৰিলে।

প্ৰতিষ্ঠানটোৰ পৰা চেক গ্ৰহণ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে শোধনাগাৰটোৱে প্ৰদান কৰা লাভ্যাংশই প্ৰতিষ্ঠানটোৰ সফল কাৰ্যকুশলতা প্ৰমাণ কৰাৰ লগতে ৰাজ্যৰ অৰ্থনীতিলৈ আগবঢ়োৱা বৰঙণিৰ ক্ষেত্ৰত কোম্পানীটোৱে এক উজ্জ্বল উদাহৰণ ধৰিছে।

বিবৃতিটোত লগতে কোৱা হয় যে,শোধনাগাৰটোৱে অনাগত দিনসমূহতো ইয়াৰ বিষয়া-কৰ্মচাৰীসকলৰ নিষ্ঠা আৰু কষ্ট সহিষ্ণুতাৰ জৰিয়তে অধিক কাৰ্যক্ষমতা দেখুৱাবলৈ সক্ষম হ’ব মুখ্য মন্ত্ৰীয়ে বুলি আশা প্ৰকাশ কৰে।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd