• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৰঙৰ অপহৃত যুৱতীক উদ্ধাৰ আৰক্ষীৰ, গ্ৰেপ্তাৰ এজন যুৱক

NE NOW NEWS মযূখ গোস্বামী
মঙলদৈ , July 12, 2018 1:49 pm

1 min read

Kidnapper-accused-1-570x320

গ্রেপ্তাৰ কৰা অপহৰণকাৰী চুনু আলী। ফটো : নৰ্থইষ্ট নাও

74
VIEWS
Share on FacebookShare on Twitter

দৰং আৰক্ষীয়ে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনা নিয়ন্ত্ৰণৰ বাবে ব্যাপক অভিযান চলাই এই সংক্ৰান্তত বুধবাৰে এজন যুৱকক গ্ৰেপ্তাৰ কৰে। অপৰাধী যুৱকজনক জিলাখনৰ এটা অপহৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

জিলাখনত চলাই অহা আন্ত:ৰাজ্যিক মানৱ সৰবৰাহ চক্ৰৰ এজন মূল অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰেম আৰু বিবাহৰ ভুৱা প্ৰতিশ্ৰুতি দি এগৰাকী যুৱতীক অপহৰণ কৰাৰ আন এক পৃথক ঘটনাত জিলাখনৰ দলগাঁও আৰক্ষী থানাৰ আৰক্ষীয়ে বুধবাৰে মঙলদৈ চহৰৰ গাতে লাগি থকা শান্তিপুৰ অঞ্চলৰ এগৰাকী বাসিন্দা চুনু আলীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে লগতে এই অপহৰণৰ ঘটনাৰ লগত জড়িত হৈ থকা অপহৃত যুৱতীগৰাকীকো উদ্ধাৰ কৰে।

ইয়াৰ মাজতে জানিব পৰা মতে  গ্ৰেপ্তাৰ হোৱা অভিযুক্তগৰাকীয়ে আৰক্ষীৰ জেৰাৰ সময়ত অপৰাধটো সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে। অভিযুক্ত চুনু আলীক আদালতত হাজিৰ কৰাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

Recent News

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd