• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীৰ ভোগদাহাৰত এম জি এনৰেগাৰ অন্তৰ্গত পথ নিৰ্মাণত অনিয়ম : তদন্তৰ দাবী স্থানীয়ৰ

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
April 5, 2018 7:17 pm
d47a45ad-d41d-4cac-93af-6efad158fe57-570x320
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধবুৰী জিলাৰ গৌৰীপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ভোগদাহাৰ গাওঁ পঞ্চায়তত  মহাত্মা গান্ধী  ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োদন নিশ্চিতি আইনৰ অধীনত চলি থকা পথ নিৰ্মাণৰ কামত যথেষ্ট অনিয়ম হোৱাৰ অভিযোগ তুলিছে স্থানীয় বাসিন্দাই।

স্থানীয় বাসিন্দাসকলে অভিযোগ উত্থাপিত কৰা মতে ভোগদাহাৰ এলেকাৰ জনসাধাৰণৰ সুচল যাতায়াতৰ বাবে ২০১৭-১৮ চনৰ বিত্তীয় বৰ্ষত ভোগদাহাৰ দলঙৰ পৰা ছাহিদুলৰ ঘৰলৈ (৭০৫.০০ মিটাৰ দৈৰ্ঘৰ) পথচোৱা শিল আৰু বালিৰে নিৰ্মাণ কৰাৰ বাবে ৯,৫০,৯৭৭.০০ টকা মোকোলাই দিয়া হৈছিল। কিন্তু চৰকাৰে নিৰ্ধাৰণ কৰা মতে পথচোৱাৰ নিৰ্মাণ আগবঢ়া নাই বুলি স্থানীয়বাসিন্দাই অভিযোগ কৰিছে।

Apply Now

পথ নিৰ্মাণৰ বিষয়ত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি ভোগদাহাৰৰ স্থানীয় বাসিন্দা আব্দুল ৰহমানে কৈছে যে নিৰ্মাণৰ সকলো কাম-কাজ গাওঁ পঞ্চায়তে কৰিছে আৰু সদস্যসকলে যথোচিত নিৰ্দেশাৱলী অবিহনেই কাম কৰিছে।

ৰহমানে কোৱা মতে পথটোৰ নিৰ্মাণৰ প্ৰাককলনত স্পষ্টকৈ লিখা আছে যে পথটো শিল আৰু বালিৰে নিৰ্মাণ হ’ব লাগিব। কিন্তু সমগ্ৰ পথটোতে এটাও শিল বালি বিচাৰি পাবলৈকে নাই।

আৰ আনছাৰী নামৰ আন এজন গাওঁবাসীয়ে কৈছে যে গাওঁ পঞ্চায়তৰ সকলো সদস্যই কেবল নিজৰ স্বাৰ্থ পুৰোৱাতহে আগ্ৰহী, বিকাশৰ বি,য়ত চিন্তা কৰিবলৈ তেওঁলোকৰ আহৰি নাই।

ভোগদাহাৰ গাৱঁৰ বাসিন্দাসকলে গাওঁ পঞ্চায়তৰ সদস্যসকল আৰু জিলা পৰ্যায়ৰ বিষয়াসকলৰ মাজত এটা বুজা-পৰা থকা বুলি অভিযোগ তুলি কৈছে যে ‘এই বুজা-পৰা থকা বাবে গাওঁ পঞ্চায়তৰ সদস্যসকলে নিৰ্ভয়ে এনেধৰণৰ কাম কৰিবলৈ সাহস পাইছে’ ।

অন্যন্য গাওঁবাসীয়েও কৈছে যে বিষয়টো গৌৰীপুৰৰ খণ্ড উন্নয়ন বিষয়া আৰু ধুবুৰীৰ জিলা গ্ৰাম্য বিকাশ অভিকৰণৰ ওচৰলৈ লৈ যোৱা হৈছিল যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। গাওঁবাসীসকলে এই ঘটনাৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত আৰু দোষীৰ উপযুক্ত শাস্তিৰ দাবী কৰিছে।

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd