DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধৰ্ষণকাৰীৰ বিৰুদ্ধে বজালী মহাবিদ্যালয় চৌহদত এবিভিপিৰ প্ৰতিবাদ : কঠোৰ আইন প্ৰণয়নৰ দাবী

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
March 25, 2018 10:47 am
Bajali-College-students-protest-570x320

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বজালী শাখা আৰু বজালী মহাবিদ্যালয় গোটে মহাবিদ্যালয়ৰ চৌহদত ধৰ্ষণকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰাৰ মুহূৰ্ত।

232
VIEWS
Share on FacebookShare on Twitter

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বজালী শাখাৰ লগতে বজালী মহাবিদ্যালয় গোটৰ কৰ্মীসকলে বৰপেটা জিলাৰ পাঠশালাৰ বজালী মহাবিদ্যালয় চৌহদত শনিবাৰে ধৰ্ষণকাৰীৰ বিৰুদ্ধে প্ৰতিবাদত এক মৌন সমদল উলিয়ায়।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বজালী শাখা আৰু বজালী মহাবিদ্যালয় গোটে যুটীয়াভাৱে আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰদৰ্শন কৰা প্লেকাৰ্ডসমূহত লিখা আছিল ‘ড’ন্ট টেল মি হাউ টু ড্ৰেছ’, ‘টেল ডেম নট টু ৰেপ,’ ‘নাৰীৰ দাম দেশত সমান’, ‘নাৰীৰ সুৰক্ষা নিশ্চিত কৰক’ ইত্যাদি।

এবিভিপিৰ কৰ্মীসকলে বৰপেটা জিলাৰ অন্তৰ্গত বজালী মহকুমা আৰু অসমৰ অন্যান্য স্থানত বৃদ্ধি পোৱা ধৰ্ষণৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক দাবী জনায়।

বজালী মহাবিদ্যালয় ছাত্ৰ সংস্থাৰ সাধাৰণ সম্পাদক ৰাকেশ তালুকদাৰে কয়,’’ভাৰতত মহিলাৰ বিৰুদ্ধে প্ৰতিদিনে অপৰাধ সংঘটিত হয়। ঘৰতেই হওক বা ৰাজহুৱা স্থানতেই হওক মহিলাসকল সুৰক্ষিত নহয়। অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা বৃদ্ধি পোৱালৈ চাই অৰণাচল প্ৰদেশৰ দৰে অসমতো কঠোৰ আইন প্ৰস্তুত কৰিব লাগে।‘’

উল্লেখযোগ্য যে অলপতে অৰুণাচল প্ৰদেশে শিশু ধৰ্ষণৰ বাবে মৃত্যুদণ্ডৰ শাস্তিত অনুমোদন জনাই এখন আইন গৃহিত কৰি দেশৰ চতুৰ্থখন ৰাজ্য হিচাপে পৰিগণিত হৈছে।

অপৰাধ আইন (অৰুণাচল প্ৰদেশ) সংশোধনী বিধেয়ক-২০১৮ খন অৰুণাচল প্ৰদেশ ৰাজ্য বিধানসভাত সকলো সদস্যৰ উপস্থিতিত সৰ্বসন্মতভাৱে মৌখিক ভোটত গৃহিত হয়।

ইয়াৰ আগেয়ে একেধৰণৰ বিধেয়ক বিজেপি শাসিত তিনিখন ৰাজ্য মধ্য প্ৰদেশ, হাৰিয়ানা আৰু ৰাজস্থানত গৃহিত হৈছিল।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd