• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্ষণকাৰীৰ বিৰুদ্ধে বজালী মহাবিদ্যালয় চৌহদত এবিভিপিৰ প্ৰতিবাদ : কঠোৰ আইন প্ৰণয়নৰ দাবী

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
March 25, 2018 10:47 am
Bajali-College-students-protest-570x320

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বজালী শাখা আৰু বজালী মহাবিদ্যালয় গোটে মহাবিদ্যালয়ৰ চৌহদত ধৰ্ষণকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰাৰ মুহূৰ্ত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বজালী শাখাৰ লগতে বজালী মহাবিদ্যালয় গোটৰ কৰ্মীসকলে বৰপেটা জিলাৰ পাঠশালাৰ বজালী মহাবিদ্যালয় চৌহদত শনিবাৰে ধৰ্ষণকাৰীৰ বিৰুদ্ধে প্ৰতিবাদত এক মৌন সমদল উলিয়ায়।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বজালী শাখা আৰু বজালী মহাবিদ্যালয় গোটে যুটীয়াভাৱে আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰদৰ্শন কৰা প্লেকাৰ্ডসমূহত লিখা আছিল ‘ড’ন্ট টেল মি হাউ টু ড্ৰেছ’, ‘টেল ডেম নট টু ৰেপ,’ ‘নাৰীৰ দাম দেশত সমান’, ‘নাৰীৰ সুৰক্ষা নিশ্চিত কৰক’ ইত্যাদি।

Apply Now

এবিভিপিৰ কৰ্মীসকলে বৰপেটা জিলাৰ অন্তৰ্গত বজালী মহকুমা আৰু অসমৰ অন্যান্য স্থানত বৃদ্ধি পোৱা ধৰ্ষণৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক দাবী জনায়।

বজালী মহাবিদ্যালয় ছাত্ৰ সংস্থাৰ সাধাৰণ সম্পাদক ৰাকেশ তালুকদাৰে কয়,’’ভাৰতত মহিলাৰ বিৰুদ্ধে প্ৰতিদিনে অপৰাধ সংঘটিত হয়। ঘৰতেই হওক বা ৰাজহুৱা স্থানতেই হওক মহিলাসকল সুৰক্ষিত নহয়। অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা বৃদ্ধি পোৱালৈ চাই অৰণাচল প্ৰদেশৰ দৰে অসমতো কঠোৰ আইন প্ৰস্তুত কৰিব লাগে।‘’

উল্লেখযোগ্য যে অলপতে অৰুণাচল প্ৰদেশে শিশু ধৰ্ষণৰ বাবে মৃত্যুদণ্ডৰ শাস্তিত অনুমোদন জনাই এখন আইন গৃহিত কৰি দেশৰ চতুৰ্থখন ৰাজ্য হিচাপে পৰিগণিত হৈছে।

অপৰাধ আইন (অৰুণাচল প্ৰদেশ) সংশোধনী বিধেয়ক-২০১৮ খন অৰুণাচল প্ৰদেশ ৰাজ্য বিধানসভাত সকলো সদস্যৰ উপস্থিতিত সৰ্বসন্মতভাৱে মৌখিক ভোটত গৃহিত হয়।

ইয়াৰ আগেয়ে একেধৰণৰ বিধেয়ক বিজেপি শাসিত তিনিখন ৰাজ্য মধ্য প্ৰদেশ, হাৰিয়ানা আৰু ৰাজস্থানত গৃহিত হৈছিল।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd