DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱত ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত চলিছে বৃহৎ কেলেংকাৰী; শিক্ষক আটক

মিণ্টু দাস by মিণ্টু দাস
July 1, 2018 10:47 pm
নগাঁৱত ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত চলিছে বৃহৎ কেলেংকাৰী; শিক্ষক আটক
114
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাত সংখ্যালঘূ ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে আজি এজন সহকাৰী শিক্ষকক আৰক্ষীয়ে আটক কৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে ২০১৩-১৪, ২০১৬-১৭ আৰু ২০১৭-১৮ বৰ্ষত জিলাখনত কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে য’ত এটি দালাল চক্ৰৰ পৰা আৰম্ভ কৰি একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষক, বিভিন্ন বেংকৰ গ্ৰাহক সেৱা কেন্দ্র, শিক্ষা বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ লগতে সংখ্যালঘূ উন্নয়ন বৰ্ডৰ একাংশ বিষয়া-কৰ্মচাৰী জড়িত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

শেহতীয়াকৈ ৱাইজুল হক চৌধুৰী নামৰ এজন সমাজকৰ্মীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে এই বিয়াগোম কেলেংকাৰীৰ  কথা পোহৰলৈ আনিছে। এই সন্দৰ্ভত নগাঁও জিলাৰ কেইবাখনো আৰক্ষী থানাত ৰুজু হৈছে গোচৰ।

ইয়াৰ মাজতে আজি বটদ্ৰৱা আৰক্ষীয়ে ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হাছানুজ জামান আনছাৰীক আটক কৰি শোধ-পোছ অব্যাহত ৰাখিছে। এই দালাল চক্ৰটোৰ লগত একাংশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্র আৰু প্ৰধান শিক্ষকে মিলি ভুৱা ছাত্ৰ-ছাত্রী দেখুৱাই ইতিমধ্যে কেইবা কোটি টকা সৰকাই নিয়াৰ অভিযোগ উঠিছে।

নগাঁৱৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে আৰু বহু কেইজন অভিযুক্ত ব্যক্তি গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোৱা তথ্য মতে নগাঁও জিলাৰ মধ্য ইংৰাজী বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সহ ৯০ খনৰো অধিক বিদ্যালয়ত সংখ্যালঘূ ছাত্ৰ-ছাত্রীৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে।

এই কেলেংকাৰীৰ সৈতে জড়িত দোষী ব্যক্তিক চিনাক্ত কৰি উচিত শাস্তি প্রদানৰ বাবে নগাঁও আৰক্ষী প্রশাসনক বিভিন্ন দল-সংগঠনে দাবী জনাইছে।

Recent News

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd