DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নলবাৰী জিলা সাহিত্য সভাই গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সম্পৰ্কে ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2018 7:20 am
নলবাৰী জিলা সাহিত্য সভা
375
VIEWS
Share on FacebookShare on Twitter

আগন্তুক দিনবোৰত নলবাৰী জিলা সাহিত্যসভাই এলানি গঠনমূলক তথা সমাজমুখী কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীসমূহত অসমৰ সাহিত্য জগতৰ কিছু বৰেণ্য ব্যক্তিৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু নতুন প্ৰজন্মৰ মাজত তেওঁলোকৰ আদৰ্শ প্ৰচাৰ কৰাৰ পৰিকল্পনা লোৱা হৈছে।

নলবাৰী জিলা সাহিত্য সভাই ২০১৮ -১৯ বৰ্ষত লোৱা  বিভিন্ন পদক্ষেপ সন্দৰ্ভত বুধবাৰে এখন সংবাদ মেল  অনুষ্ঠিত কৰে। জিলা সাহিত্য সভাৰ সম্পাদক  অতুল চন্দ্ৰ শৰ্মাই আতঁ ধৰা সংবাদ মেল সম্বোধন কৰে জিলা সাহিত্য সভাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত পশু চিকিৎসা বিষয়া ডাঃ বিপিন চন্দ্ৰ কলিতাই।

সংবাদ মেলত কলিতাই কয় যে – নলবাৰী জিলা সাহিত্য সভাই আগন্তুক দিনৰ বাবে বিভিন্ন কাৰ্য্যসূচী হাতত লৈছে । বিশেষকৈ  সভাপতি ডাঃ কলিতাই প্ৰকাশ কৰা মতে  আগন্তুক জুলাই মাহত গ্ৰন্থ সংগ্ৰহ, ২৯ জুলাইত গ্ৰন্থ  উন্মোচনী  উৎসৱ আৰু জিলা সাহিত্য সভাৰ পুথিভঁৰাল  উদ্বোধনী অনুষ্ঠান,বিশিষ্ট সাহিত্যিক -সমালোচক শশী শৰ্মাক ‘নলবাৰী ৰত্ন ‘ উপাধি প্ৰদান কৰা হ’ব।

অক্টোবৰ মাহত সাহিত্য বটাঁ প্ৰদান অনুষ্ঠানত  শৰৎ চন্দ্ৰ গোস্বামী সাহিত্য সেৱা বটাঁ, ত্ৰৈলোক্য নাথ গোস্বামী কথা সাহিত্য বটাঁ,  মহামোপাধ্যায় ধীৰেশ্বৰাচাৰ্য সংস্কৃতি সাহিত্য ‘নবদ্বীপ’ বটাঁ ,কবি জমিৰউদ্দিন  আহমেদ ‘নবীন কবি বটাঁ, ৰঘুনাথ চৌধাৰী বিহগী কবি বটাঁ, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী সমাজসেৱা বটাঁ, প্ৰিয়নাথ ভট্টাচাৰ্য  নবীন গল্পকাৰ বটাঁ প্ৰদান কৰা হ’ব।

একেদৰে নলবাৰী ৰত্নমালা তৃতীয় খণ্ড, নলবাৰী জিলা সাংস্কৃতিক ইতিহাস প্ৰকাশ, কুঁহি, আকাশ, ৰামধেনু  অনুষ্ঠানৰ লগতে স্মৰণিকা প্ৰকাশ ,বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা যুৱ সংসদ গঠন আৰু ৩০ জুনত সাহিত্যচাৰ্য ডঃ হৰিনাথ শৰ্মা দলৈৰ স্মৃতি দিৱস পালন আদি কাৰ্যসূচী  ৰূপায়ন  কৰা হ’ব বুলিও প্ৰকাশ কৰে ।

সংবাদ মেলত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক গোবিন্দ কলিতা,  জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক  প্ৰদীপ বৰ্মন সহ কেইবাজনো বিষয়ববীয়া  উপস্থিত থাকে ।

Recent News

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd