DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক নহ’লে বিপ্লৱৰ বাবে সাজু থাকক’ : জুবিন গাৰ্গ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2018 10:52 am
Anti-CAA protest: Will take Assam's wild animals on side, says Zubeen Garg

জুবিন গাৰ্গৰ ফাইল ছবি।

170
VIEWS
Share on FacebookShare on Twitter

৭ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত শুনানি গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত কৰে। এই শুনানিত অসমৰ বিভিন্ন দল-সংগঠনৰ লগতে শিল্পী সমাজেও অংশ গ্ৰহণ কৰে।

শেহতীয়াকৈ শিল্পী সমাজৰ বিখ্যাত কণ্ঠশিল্পী তথা জনপ্ৰিয় গায়ক জুবিন গাৰ্গেও নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা কৰি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

কণ্ঠশিল্পী গৰাকীয়ে ৰাজ্যৰ বাহিৰত থকাৰ বাবে শুনানিত উপস্থিত থাকিব নোৱাৰা বুলি উল্লেখ কৰি ৭ এপ্ৰিলৰ নিশায়ে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিন্দু বাংলাদেশীৰ নামত ধৰ্মৰ ৰাজনীতি নকৰিবলৈ সকলো পক্ষকে আহ্বান জনায়।

লগতে কণ্ঠশিল্পী গৰাকীয়ে অসমীয়া জাতিৰ সত্তা বৰ্তমান সময়ত জীয়াই ৰখাটো কঠিন পৰিছে বুলি উল্লেখ কৰি জাতিৰ সংকটৰ সময়ত সকলোকে একগোট হ’বলৈও আহ্বান জনায়।

কণ্ঠশিল্পী গৰাকীয়ে পূৰ্বতে বাংলাদেশী সমস্যাক লৈ যি সমস্যা অসমবাসীয়ে সন্মুখীন হৈছে আৰু তাৰ বিনিময়ত যি বলিদান অসমবাসীয়ে দি থৈছে তাক কেতিয়াও অথলে যাবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰে।

তাৰোপৰি জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ বাবে দাবী জনাই অন্যথা দুয়োখন চৰকাৰকে বিপ্লৱৰ সন্মুখীন হ’বলৈ সাজু থাকক বুলি সকীয়নি প্ৰদান কৰে।

Recent News

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd