DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাটকৰ অভিনেত্ৰীক বলাৎকাৰ আৰু হত্যাৰ চেষ্টা চলোৱা অভিযুক্ত অভিনেতাক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2018 8:39 pm
124
VIEWS
Share on FacebookShare on Twitter

ছয়গাঁৱত আৰাধানা যাত্ৰা নামৰ এটা নাটকৰ দলৰ এগৰাকী অভিনেত্ৰীক বলাৎকাৰ আৰু হত্যাৰ চেষ্টা চলোৱা অভিনেতাক আজি আৰক্ষীয়ে আটক কৰে। আটকাধীন অভিনেতাজনক আৰক্ষীয়ে মনোজ মেধি(২৮) বুলি চিনাক্ত কৰিছে।

প্ৰাপ্ত তথ্য মতে দেওবাৰে আৰাধানা যাত্ৰা নামৰ নাটকৰ দলটোৰ শ্ব’ শেষ হোৱাৰ পিছত অভিনেত্ৰীগৰাকী ভেনটিক ভানত প্ৰৱেশ কৰে। আৰু সেই সময়তে অভিযুক্ত অভিনেতা গৰাকীয়ে ভানখনত প্ৰৱেশ কৰি বলাৎকাৰৰ চেষ্টা চলোৱাৰ লগতে অভিনেত্ৰী গৰাকীক হত্যা কৰাৰো চেষ্টা চলাই বুলি জানিব পৰা গৈছে।

ছয়গাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ পাটোৱাৰীয়ে জনোৱা মতে অভিনেতা মনোজে অভিনেত্ৰী গৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ লগতে অভিনেত্ৰী গৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়িব খোজে। ফলত অভিনেত্ৰী গৰাকীয়ে ইয়াৰ বিৰোধিতা কৰাত মনোজে অভিনেত্ৰী গৰাকীক হত্যা কৰাৰ চেষ্টা চলাই।

অৱশ্যে সৌভাগ্যক্ৰমে ঘটনা সংঘটিত হোৱাৰ সময়তে আৰক্ষীৰ তহলদাৰী দলে ঘটনাটো প্ৰত্যক্ষ কৰি ঘটনাস্থলীতে অভিযুক্ত অভিনেতা মনোজ মেধিক আটক কৰে। লগতে আৰক্ষীয়ে অভিনেত্ৰী গৰাকীক উদ্ধাৰ কৰি গুৱাহাটী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত মনোজ মেধিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২/৩২৫/৩৭৬/৫৭/৩০৭/ ধাৰাৰ অধীনত ৩২৩/১৮ নম্বৰৰ গোচৰ ৰুজু কৰে।

Recent News

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd