DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডান্স ইন্দিয়া ডান্সখ্যাত প্ৰণীতা স্বৰ্গীয়াৰিৰ নৃত্য কৰ্মশালা

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 6, 2018 5:01 pm
প্ৰনীতা স্বৰগিয়াৰী
218
VIEWS
Share on FacebookShare on Twitter

ডান্স ইন্দিয়া ডান্স (ডি আই ডি) ছীজন-৫ৰ বিজয়ী প্ৰণীতা স্বৰ্গীয়াৰি আৰু তেওঁৰ দলে ৰাজ্যখনৰ ভিতৰতে বৃহৎ নৃত্য কৰ্মশালা আয়োজন কৰিবলৈ গৈ আছে। ৮ জানুৱাৰিৰ পৰা ১৮ জানুৱাৰিলৈ চলিবলগীয়া ১০ দিনীয়া নৃত্য কৰ্মশালাখন তিনিটা পৃথক স্থানত অনুষ্ঠিত হ’ব বুলি নৃত্যশিল্পী গৰাকীয়ে জানিবলৈ দিয়ে। ৮, ৯ আৰু ১০ জানুৱাৰিত কোকৰাঝাৰ জিলাৰ য়ু এন একাডেমি স্কুলৰ ওচৰতে থকা নিউ হৰাইজন কিডছ স্কুলত কৰ্মশালাখনৰ প্ৰথম তিনিটা দিন অনুষ্ঠিত কৰাৰ বিপৰীতে ১৬, ১৭ আৰু ১৮ জানুৱাৰিত গুৱাহাটীৰ বালাজী মন্দিৰৰ কাষৰ বাথৌপুৰিত অৱস্থিত বীৰ ডিমালু পথ ৰাজহুৱা সভা গৃহত অনুষ্ঠিত হ’ব। ইয়াৰোপৰি ওদালগুৰি জিলাৰ ২ নং নলবাৰি ৱাৰ্ডত থকা ডাইমণ্ড ইংলিছ স্কুলৰ ওচৰৰ ৰিঙু দামছা সভাগৃহটো কৰ্মশালাখন আয়োজন কৰা হ’ব। সংবাদ মাধ্যমৰ লোকৰ সৈতে হোৱা  এক বাৰ্তালাপত প্ৰনীতা স্বৰগিয়াৰীয়ে কয় যে বৃহৎ আকাৰত আয়োজন কৰিবলৈ লোৱা ১০ দিনীয়া কৰ্মশালাখনৰ জৰিয়তে গোট খোৱা ধন ‘বড়োলেণ্ড শিশু গৃহ’ নামৰ এটা স্বেচ্ছাসেৱী অনাথ আশ্ৰমক দান দিয়া হ’ব।

অনাথ শিশুসকলক সহায় কৰাৰ উদ্দেশ্যৰে আয়োজন কৰা নৃত্য কৰ্মশালাখনক সকলো লোককেই সহযোগ কৰাৰ আহ্বান জনাই তেওঁ কয়, ‘ অনাথ আশ্ৰমটোত উগ্ৰপন্থা, দুৰ্ঘটনা আদিত ভুক্তভোগী বহু শিশুৰ উপৰি অতি দৰিদ্ৰ পৰিয়ালৰ পৰা অহা শিশুয়ে বাস কৰি আছে। স্বেচ্ছাসেৱী সংগঠনটোৱে তেওঁলোকক আশ্ৰয় প্ৰদান কৰি অহাৰ লগতে শিক্ষাৰ দায়িত্বও লৈ আহিছে। সেয়ে তেওঁলোকে মোক সহায় আগবঢ়াবলৈ অনুৰোধ কৰাত  মই উক্ত নৃত্য কৰ্মশালাখনৰ আয়োজন কৰিছো আৰু ইয়াৰ পৰা গোট খোৱা সমস্ত ধন তেওঁলোকক প্ৰদান কৰা হ’ব।’

 

 

 

 

Recent News

নিযুক্তি নাই! কেন্দ্ৰত খালী ১০ লাখ চাকৰি : ২.৯৩ পদ খালী ৰে’ল বিভাগত

নিযুক্তি নাই! কেন্দ্ৰত খালী ১০ লাখ চাকৰি : ২.৯৩ পদ খালী ৰে’ল বিভাগত

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd