• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডান্স ইন্দিয়া ডান্সখ্যাত প্ৰণীতা স্বৰ্গীয়াৰিৰ নৃত্য কৰ্মশালা

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 6, 2018 5:01 pm
প্ৰনীতা স্বৰগিয়াৰী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডান্স ইন্দিয়া ডান্স (ডি আই ডি) ছীজন-৫ৰ বিজয়ী প্ৰণীতা স্বৰ্গীয়াৰি আৰু তেওঁৰ দলে ৰাজ্যখনৰ ভিতৰতে বৃহৎ নৃত্য কৰ্মশালা আয়োজন কৰিবলৈ গৈ আছে। ৮ জানুৱাৰিৰ পৰা ১৮ জানুৱাৰিলৈ চলিবলগীয়া ১০ দিনীয়া নৃত্য কৰ্মশালাখন তিনিটা পৃথক স্থানত অনুষ্ঠিত হ’ব বুলি নৃত্যশিল্পী গৰাকীয়ে জানিবলৈ দিয়ে। ৮, ৯ আৰু ১০ জানুৱাৰিত কোকৰাঝাৰ জিলাৰ য়ু এন একাডেমি স্কুলৰ ওচৰতে থকা নিউ হৰাইজন কিডছ স্কুলত কৰ্মশালাখনৰ প্ৰথম তিনিটা দিন অনুষ্ঠিত কৰাৰ বিপৰীতে ১৬, ১৭ আৰু ১৮ জানুৱাৰিত গুৱাহাটীৰ বালাজী মন্দিৰৰ কাষৰ বাথৌপুৰিত অৱস্থিত বীৰ ডিমালু পথ ৰাজহুৱা সভা গৃহত অনুষ্ঠিত হ’ব। ইয়াৰোপৰি ওদালগুৰি জিলাৰ ২ নং নলবাৰি ৱাৰ্ডত থকা ডাইমণ্ড ইংলিছ স্কুলৰ ওচৰৰ ৰিঙু দামছা সভাগৃহটো কৰ্মশালাখন আয়োজন কৰা হ’ব। সংবাদ মাধ্যমৰ লোকৰ সৈতে হোৱা  এক বাৰ্তালাপত প্ৰনীতা স্বৰগিয়াৰীয়ে কয় যে বৃহৎ আকাৰত আয়োজন কৰিবলৈ লোৱা ১০ দিনীয়া কৰ্মশালাখনৰ জৰিয়তে গোট খোৱা ধন ‘বড়োলেণ্ড শিশু গৃহ’ নামৰ এটা স্বেচ্ছাসেৱী অনাথ আশ্ৰমক দান দিয়া হ’ব।

অনাথ শিশুসকলক সহায় কৰাৰ উদ্দেশ্যৰে আয়োজন কৰা নৃত্য কৰ্মশালাখনক সকলো লোককেই সহযোগ কৰাৰ আহ্বান জনাই তেওঁ কয়, ‘ অনাথ আশ্ৰমটোত উগ্ৰপন্থা, দুৰ্ঘটনা আদিত ভুক্তভোগী বহু শিশুৰ উপৰি অতি দৰিদ্ৰ পৰিয়ালৰ পৰা অহা শিশুয়ে বাস কৰি আছে। স্বেচ্ছাসেৱী সংগঠনটোৱে তেওঁলোকক আশ্ৰয় প্ৰদান কৰি অহাৰ লগতে শিক্ষাৰ দায়িত্বও লৈ আহিছে। সেয়ে তেওঁলোকে মোক সহায় আগবঢ়াবলৈ অনুৰোধ কৰাত  মই উক্ত নৃত্য কৰ্মশালাখনৰ আয়োজন কৰিছো আৰু ইয়াৰ পৰা গোট খোৱা সমস্ত ধন তেওঁলোকক প্ৰদান কৰা হ’ব।’

Apply Now

 

 

 

 

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd