DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৰোৰাম ফুটবল : উদ্বোধনী খেলত জয়ী চামতা আঞ্চলিক ক্ৰীড়া সংঘ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2018 12:30 pm
ফুটবল

প্রতিনিধিত্বমূলক ফটো

192
VIEWS
Share on FacebookShare on Twitter

সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত গ্ৰামাঞ্চলৰ অগ্ৰণী ক্ৰীড়ানুষ্ঠান চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ পৰিচালনাত অনুষ্ঠিত হৈ অহা নৰোৰাম বৰ্মন সোঁৱৰণী ফুটবলৰ এইবেলি ৪১তম সংস্কৰণৰ শনিবাৰৰ উদ্বোধনী খেলত চামতা আঞ্চলিক ক্ৰীড়া সংঘই বৰপেটা আভা স্প’ৰ্টছ একাডেমিক ছাডেন ডেথৰ সহায়ত সামগ্ৰিকভাৱে ৫-৪-ত পৰাজিত কৰে।

বিপুল সংখ্যক স্থানীয় ক্ৰীড়াপ্ৰেমী দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন নিৰ্ধাৰিত সময়ত ১-১ ব্যৱধানত ড্ৰ’ হোৱাত টাইব্ৰেকাৰতো ৩-৩ ত ড্ৰ’ হৈ ৰয়। অৱশেষত ছাডেন ডেথৰ জৰিয়তে ১-০ ব্যৱধানত ঘৰুৱা দল চামতা আঞ্চলিক ক্ৰীড়া সংঘ জয়ী হয়।

কালিৰ এই খেলখন পৰিচালনা কৰে সঞ্জীৱ মিশ্ৰ, জয়ন্ত দত্ত আৰু গোকুল দাসে। চতুৰ্থ ৰেফাৰী আছিল মোফিজ আলী। খেলৰ উদ্বোধনী সভাত অসম ফুটবল সন্থাৰ সম্পাদক অংকুৰ দত্ত, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক পবিত্ৰৰাম খাউণ্ড, জিলা উপায়ক্ত সঞ্জীৱ কুমাৰ দাস, নলবাৰীৰ বিধায়ক অশোক শৰ্মা, বেলশৰ আৰক্ষী থানাৰ বিষয়া দীপুল বড়ো আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে

Recent News

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

অসমীয়াৰ মননশীলতা

অসমীয়াৰ মননশীলতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd