• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

নৰ্থ-ইষ্টাৰ্ণ ইণ্ডিৰা গান্ধী ৰিজনেল ইনষ্টিটিউট অৱ হেল্থ এণ্ড মেডিকেল ছায়েন্সত কৰ্মচাৰীৰ তীব্ৰ নাটনি

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , April 20, 2018 1:00 pm

2 min read

NEIGHRIMS-570x320

ফাইল ফটো

74
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ শ্বিলংস্থিত উত্তৰ-পূবৰ এখন আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান নৰ্থ-ইষ্টাৰ্ণ ইণ্ডিৰা গান্ধী ৰিজনেল ইনষ্টিটিউট অৱ হেল্থ এণ্ড মেডিকেল ছায়েন্সত কৰ্মচাৰীৰ গভীৰ নাটনি হোৱা বুলি জানিব পৰা গৈছে।

২০০৫ চনৰ পৰা আজিলৈ চিকিৎসা প্ৰতিষ্ঠানখনত শিক্ষক আৰু অন্যান্য বিভিন্ন পদত মুঠ ২০৭ টা পদ খালী হৈ আছে বুলি পূব জয়ন্তীয়া পাহাৰৰ উমকিয়াং গাঁৱৰ অধিবক্তা কিনজাইমন আমছেই কৰা এক আৰ টি আই তথ্যত প্ৰকাশ পাইছে।

অধিবক্তাজনে কৰা আবেদনৰ উত্তৰত আৰ টি আয়ে প্ৰতিষ্ঠানখনত প্ৰায় ২৭ টা শিক্ষক বিভাগৰ পদ খালী হৈ থকা বুলি জানিবলৈ দিয়ে।

এই সমূহৰ ভিতৰত ব্লাড বেংক, জেনেৰেল মেডিচিন, জেনেৰেল চাৰ্জাৰী, হস্পিটেল এডমিনিষ্ট্ৰেশ্যন, মেডিকেল অনক’লজী, নেফ্ৰ’লজী, অবষ্টেট্ৰিকছ আৰু গায়নাক’লজীত ১০ টা সহযোগী প্ৰফেছৰৰ পদ আৰু অন্যান্য বিভাগত মুঠ ১৭ টা সহকাৰী প্ৰফেছৰৰ পদ খালী হৈ আছে।

ইয়াৰ উপৰি আৰ টি আয়ে উক্ত চিকিৎসালয় প্ৰতিষ্ঠানখনত অন্যান্য শাখাতো প্ৰায় ২১ টা পদ খালী হৈ থকা বুলি সদৰী কৰে।

আনহাতে গ্ৰুপ বিত ৩৪ টা আৰু গ্ৰুপ চিত মুঠ ১০৮ টা পদ খালী হৈ থকাৰ কথাও উক্ত আৰ টি আইত প্ৰকাশ পায়।

চিকিৎসালয়খনত চিকিৎসকৰ অভাৱৰ বাবে বহুতো সময়ত ৰোগীসকল বিনা চিকিৎসায়ে ঘৰলৈ উভতি আহিবলগীয়া হয় বুলি আৰ টি আই কৰ্মীজনে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

আনহাতে চিকিৎসালয় কৰ্তৃপক্ষই খালী হৈ থকা পদসমূহত স্থায়ী নিযুক্তি প্ৰদানৰ বিপৰীতে ঠিকাভিত্তিক পদত হে নিযুক্তি প্ৰদান কৰা বুলি মন্তব্য কৰে আৰ টি আই কৰ্মী আমছে। চিকিৎসালয় প্ৰতিষ্ঠানখনত বিভিন্ন বিভাগত বৰ্তমানলৈ সৰ্বমুঠ ৫১ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীয়ে চাকৰি কৰি আছে।

Recent News

a amit

বড়ো জনগোষ্ঠীৰ ভাষা-সংস্কৃতি, পৰিচয় ৰক্ষা কৰিব বিজেপিয়ে: অমিত শ্বাহ

a mam

তামুলপুৰৰ বিভিন্ন ঠাইত আছুৰ প্ৰতিবাদ, ক’লা পতাকা প্ৰদৰ্শন

a mam

মাৰ্ঘেৰিটা মহকুমাৰ কুমচাইকঙত প্ৰথম বাৰ্ষিক আদিম জনগোষ্ঠী সমাৰোহ

AASU protest in Sualkushi

ৰাজ্যজুৰি তীব্ৰতৰ প্ৰতিবাদ; মন্ত্ৰী হিমন্তৰ গৃহ সমষ্টিৰ শুৱালকুছিতো কা’ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd