• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুনৰ বিপদত পংকজ পাঠক; সোণাপুৰ থানাত এজাহাৰ দাখিল দিচাং ৰিজ’ৰ্টৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 9, 2018 6:31 pm

1 min read

পুনৰ বিপদত পংকজ পাঠক; সোণাপুৰ থানাত এজাহাৰ দাখিল দিচাং ৰিজ’ৰ্টৰ
143
VIEWS
Share on FacebookShare on Twitter

সুস্বাস্থ্য ৰক্ষাৰ বাবে ঘৰুৱা দৰৱৰ বিধান দি অসমজুৰি একে সময়তে জনপ্ৰিয় আৰু সমালোচিত হোৱা পংকজ পাঠকৰ বিৰুদ্ধে দিচাং ৰিজ’ৰ্টে আজি ৯ জুলাইত সোণাপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

ৰিজ’ৰ্টখন বৰ্জন কৰিবলৈ ফে’ছবুক প’ষ্টযোগে জনোৱা এক আহ্বানৰ বাবে পাঠকৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে।

কৰ্মচাৰীক নিৰ্য্যাতন কৰি পলাই থকা মুকেশ হুণ্ডাইৰ পৰিচালন সঞ্চালক ঋষভ হিম্মৎচিংকাক ৰিছৰ্টখনত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰা বুলি উল্লেখ কৰি পাঠকে ৰিজ’ৰ্টখন বৰ্জন কৰিবলৈ ফে’ছবুক প’ষ্টযোগে আহ্বান জনাইছিল।

pankaj pathak
পংকজ পাঠকৰ ফে’ছবুক প’ষ্ট

কিন্তু ৰিজ’ৰ্ট কৰ্তৃপক্ষই নৰ্থ ইষ্ট নাও-ক জনোৱা মতে হিম্মৎসিংকা তেওঁলোকৰ তাত কফি খাবৰ বাবেহে প্ৰৱেশ কৰিছিল। কৰ্মচাৰীজনে জনাইছিল যে হিম্মৎসিংকাই ক’ৰ পৰা আহি তেওঁলোকৰ তাত সোমাইছিল তেওঁলোকে নাজানে।

আনহাতে আৰক্ষীয়ে নৰ্থ ইষ্ট নাও-ক জনোৱা মতে হিম্মৎসিংকাই শ্বিলঙৰ পৰা আহি থকাৰ পথত গুৱাহাটীৰ দাঁতিকাষৰীয়া সোণাপুৰৰ দিচাং নামৰ ৰিজ’ৰ্টখনত প্ৰৱেশ কৰিছিল।

পংকজ পাঠকৰ বিবাহ বহিৰ্ভূত অবৈধ সম্পৰ্ক থকা বুলি পূৰ্বে তেওঁৰ পত্নীয়ে এক এজাহাৰ দাখিল কৰিছিল।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd