• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ বোকাত আবদ্ধ গঁড়জনীৰ মৃত্যু

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , March 2, 2018 12:54 pm

1 min read

Elephent

বোকাত আবদ্ধ বোৱা গঁড়জনী

84
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ বুলনি বন শিবিৰৰ সমীপত আজি পুৱাৰে পৰা বোকাত আবদ্ধ হৈ থকা মাইকী গঁড়জনীয়ে অৱশেষত কৰুণ মৃত্যুক সাৱটি ল’লে।

ঘটনাস্থলীত উপস্থিত থকা বনকৰ্মীয়ে জনোৱা অনুসৰি গঁড়জনীয়ে বনাঞ্চলৰ অন্য কোনো জন্তুৰ সৈতে যুদ্ধত লিপ্ত হৈ আঘাতগ্ৰস্থ হৈছিল আৰু তাৰ পাছতে গঁড়জনী পানী খাবলৈ অহাত বোকাত আৱদ্ধ হৈ পৰে।

স্থানীয় ৰাইজে গঁড়টো বোকাত আবদ্ধ হৈ থকা দেখি বন বিভাগৰ লোকক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে৷ আনহাতে গঁড়জনীৰ স্বাস্থ্যৰ তদাৰক কৰিবলৈ চিকিৎসকৰ এটা দলো ঘটনাস্থলীত লগে লগে উপস্থিত হয়।

উল্লেখ্য যে গঁড়জনীৰ শৰীৰত আঘাতৰ চিন স্পষ্ট ৰূপত দেখা পোৱা গৈছে। ইতিমধ্যে চিকিৎসকৰ দলে গঁড়জনীক চিকিৎসা প্ৰদান কৰা বুলি আমালৈ খবৰ আহিছিল। ইয়াৰ উপৰি গঁড়জনীক বোকাৰ পৰা উদ্ধাৰ কৰিবলৈ বন বিভাগৰ লোকৰ লগতে জে চি বিৰে অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছিল।

কিন্তু জানিব পৰা মতে কঁহৰা বনাঞ্চলৰ সমীপত বোকাত আবদ্ধ গঁড়জনীক বন বিভাগৰ লোকে উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল আৰু অৱশেষত মৃত্যুক আকোৱালি লয়।

Recent News

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd