• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৃথক বৰাকভূমিৰ দাবীত প্ৰদীপ দত্ত ৰয়ৰ দৰে উদ্ভট আৰু অলীক কল্পনা কৰা ৰাজনীতিবিদৰ চৰিত্ৰৰ প্ৰতিফলন ঘটিছে : অনুপ চেতিয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 13, 2018 6:50 am
অনুপ চেতিয়া
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘পৃথক বৰাকৰ দাবীৰ জৰিয়তে প্ৰদীপ দত্ত ৰয়ৰ দৰে উদ্ভট আৰু অলীক কল্পনা কৰা ৰাজনীতিবিদৰ এক চৰিত্ৰৰ প্ৰতিফলন ঘটিছে।‘

বৃহস্পতিবাৰে এক সংবাদমেলযোগে খিলঞ্জীয়া মঞ্চৰ মুখ্য আহ্বায়ক অনুপ চেতিয়াই সদৌ কাছাৰ-কৰিমগঞ্জ-হাইলাকান্দি ছাত্ৰ সন্থা চমুকৈ আকছাৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন নেতা প্ৰদীপ দত্ত ৰয়ে বৰাকক ৰাজ্য হিচাপে বিচৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

Apply Now

উল্লেখ্য যে ১১ জুলাইৰ দিনা আকছা নেতা প্ৰদীপ দত্ত ৰয়ে ৰাজ্য জোঁকাৰি যোৱা পৃথক বৰাকৰ এই প্ৰস্তাৱ উত্থাপন কৰিছিল। তেওঁ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বুদ্ধিজীৱী, ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যম আৰু বিভিন্ন দল-সংগঠনে দিনৰ পাছত দিন ধৰি বৰাক উপত্যকাৰ লোকসকলক বিদ্ৰুপ কৰি আহিছে’ বুলি দাবী কৰিছিল।

খিলঞ্জীয়া মঞ্চৰ মুখ্য আহ্বায়ক চেতিয়াই ‘বৰাকৰ খিলঞ্জীয়া জনগণ ব্ৰহ্মপুত্ৰ উপত্যকাৰ খিলঞ্জীয়া জনগণৰ সৈতে আছে‘ বুলি মন্তৱ্য কৰি লগতে কয়, ‘তেওঁলোকে পৃথক বৰাক ভূমিৰ সমৰ্থন নকৰে। মাথোঁ উগ্ৰ বঙালী সম্প্ৰসাৰণবাদী, ৰাজনৈতিক স্বাৰ্থসিদ্ধিপূৰণৰ আকাংক্ষা থকা সকলেহে এই দাবী উত্থাপন কৰিছে।‘

‘আমৰা বঙালী সম্প্ৰসাৰণ’বাদীসকলে বৰাক উপত্যকাৰ লগতে কাৰ্বি আংলং আৰু উত্তৰ-কাছাৰৰ কিছু অংশ লৈ বৃহৎ বংগভূমি গঠনৰ যি চক্ৰান্ত কৰিছে সেই কাৰ্য্যক খিলঞ্জীয়া মঞ্চই গৰিহনা দিয়া বুলি উক্ত সংবাদমেলযোগে চেতিয়াই জানিবলৈ দিয়ে।

আনহাতে, খিলঞ্জীয়া মঞ্চ, অসম কেতিয়াও বঙালী ভাষী লোকৰ বিৰোধী নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘বৰাক উপত্যকাত বসবাস কৰা লোকসকলক আমি বিশেষভাৱে জনাবলৈ বিচাৰো যে আমি তেওঁলোকৰ বিৰোধী নহয়।‘

তদুপৰি পৃথক বৰাক উপত্যকা খিলঞ্জীয়া মঞ্চ অসমে কেতিয়াও সমৰ্থন নকৰে বুলি উক্ত সংবাদমেলযোগে চেতিয়াই জানিবলৈ দিয়ে। তেওঁ লগতে কয়, ‘কিছু ৰাজনৈতিক সুবিধাবাদী শ্ৰেণীয়ে বৰাকৰ জনগণৰ বিৰুদ্ধে থিয় হৈ পৃথক বৰাক গঠনৰ যি এক দাবী উত্থাপন কৰিছে তাক খিলঞ্জীয়া মঞ্চ অসমৰ পৰা বিৰুদ্ধাচৰণ কৰিছো।‘

উল্লেখ্য যে প্ৰদীপ দত্ত ৰয়ে  ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰচাৰ মাধ্যমকো জগৰীয়া কৰা কাৰ্য্যৰ বিৰোধিতা কৰি চেতিয়াই কয় যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰচাৰ মাধ্যমে বস্তুনিষ্ঠভাৱে সকলো বিষয়ত গুৰুত্ব দি প্ৰচাৰ কৰি আহিছে।

ইয়াৰ বিপৰীতে, বৰাক উপত্যকাত থকা প্ৰচাৰ মাধ্যমৰ লোকসকলে বৰাকৰ খিলঞ্জীয়া লোকসকলৰ মনৰ দুখবোৰ প্ৰচাৰ নকৰাৰ গুৰুতৰ অভিযোগ তোলে খিলঞ্জীয়া মঞ্চৰ মুখ্য আহ্বায়ক অনুপ চেতিয়াই। তেওঁ লগতে কয়, ‘বৰাক উপত্যকাৰ খিলঞ্জীয়া মঞ্চৰ প্ৰতিনিধিসকলে জানিবলৈ দিছে যে তেওঁলোকৰ বক্তৱ্যসমূহ বৰাক উপত্যকাৰ সাংবাদিকসকলে ভালদৰে প্ৰচাৰ নকৰে।‘

পৃথক বৰাক দাবীক ডিমা-হাচাও বা কাৰ্বিআংলংবাসী ৰাইজে কেতিয়াও সমৰ্থন নজনায় বুলি তেওঁ সংবাদমেলতে দাবী কৰে।

বৰাক অসমৰ অবিচ্ছেদ্য অংগ। বৰাকক কেতিয়াও পৃথক হ’বলৈ দিব নোৱাৰো বুলি ব্যক্ত কৰি তেওঁ লগতে কয়, ‘প্ৰদীপ দত্ত ৰয় আৰু তপোধীৰ ভট্টাচাৰ্য্যৰ উগ্ৰ বঙালী মানসিকতা এটা আছে। বৰাকৰ সকলোবোৰ লোকেই যে তেওঁলোক দুজনৰ কথাক সমৰ্থন কৰে, এইটো কেতিয়াও বিশ্বাসযোগ্য নহয়।‘

বৰাকৰ পৰা বহু হিন্দু বাংলাভাষীলোকে খিলঞ্জীয়া মঞ্চৰ সৈতে যোগাযোগ কৰিছে বুলি মন্তৱ্য কৰি তেওঁ কয়, ‘তেওঁলোকে আমাক স্পষ্টৰূপে অৱগত কৰিছে যে তেওঁলোক তপোধৰ ভট্টাচাৰ্য্য বা প্ৰদীপ দত্ত ৰয়ৰ দৰে ব্যক্তিৰ সৈতে একমত নহয়। তেওঁলোক অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৈতে একত্ৰিত হৈ থকাটো বিচাৰে। পৃথক বৰাক ভূমিৰ তেওঁলোকে সমৰ্থন নকৰে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

September 1, 2026 2:35 pm
সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd