• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰথম বৰ্ষপূৰ্তি পালন কৰিলে হাউলী কবি সন্মিলনে

আনিছুজ জামান by আনিছুজ জামান
May 20, 2018 9:32 pm
Howli Kabi Sanmillan
127
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ হাউলী অঞ্চলত সাহিত্য চৰ্চাৰ ক্ষেত্ৰখন প্ৰসাৰিত কৰাৰ লগতে কাব্যপ্ৰেমীসকলক উৎসাহ যোগাই সাহিত্যৰ দিশত এক নতুন মাত্রা প্ৰদান কৰা হাউলী কবি সন্মিলনে আজি এবছৰ কাল সম্পুৰ্ণ কৰিলে।

উক্ত কবি সন্মিলনৰ এবছৰ সম্পুৰ্ণ হোৱা উপলক্ষে আজি হাউলী সাহিত্য সভা ভৱনত প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰা হয়।

পুৱা ৯ বজাত হাউলী কবি সন্মিলনৰ সভাপতি সুশীল ৰঞ্জন চৌধুৰীয়ে পতাকা উত্তোলনৰে আৰম্ভ কৰা অনুষ্ঠানত বৃক্ষৰোপন কৰে হাউলী সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰ পূজাৰীয়ে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে হাউলীৰ বিশিষ্ট নাগৰিক অধীৰ কুমাৰ চক্ৰৱৰ্তীয়ে।

পুৱা ১০ বজাত কবি সন্মিলন আৰু স্মৰণিকা উন্মোচনৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। সুশীল ৰঞ্জন চৌধুৰীয়ে সভাপতিত্ব কৰা কবি সন্মিলনত বি এইচ কলেজৰ অধ্যাপক ড° চুলতান আহমেদে সঞ্চালক হিচাপে উপস্থিত থাকে।

বিশিষ্ট কবি বনজিৎ কুমাৰ বৰ্মন আৰু প্ৰশান্ত ৰাভাই পৰ্যালোচক হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানত সাহিত্যিক পেঞ্চনাৰ ড0 হৰেন চৌধুৰীয়ে স্মৰণিকা ‘ৰামধেনু’ উন্মোচন কৰে। অনুষ্ঠানত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে ন-পুৰনি বহু কবিয়ে স্ব-ৰচিত কবিতা পাঠ কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd