• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰ্যটন বিভাগৰ হেমাহিৰ বাবে ধ্বংসৰ গৰাহত গুপ্তকাশী বিশ্বনাথ ঘাট

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
May 1, 2018 7:15 am
DSC02269 (1)
335
VIEWS
Share on FacebookShare on Twitter

পৰ্যটন নগৰী হিচাপে জনাজাত গুপ্তকাশী বিশ্বনাথ ঘাট | প্ৰাকৃতিক সৌন্দৰ্য্যৰে পৰিপূৰ্ণ তথা দ্বিতীয় কাশী হিচাপে খ্যাত গুপ্তকাশী বিশ্বনাথ ঘাট |  আগশাৰীৰ পৰ্যটনস্থল হিচাপে গঢ় লৈ উঠিব পৰা প্ৰচুৰ সমল থকা এই বিশ্বনাথ ঘাট এতিয়া গতি কৰিছে ধ্বংসৰ দিশে |

ইতিহাস জৰ্জৰিত এই গুপ্তকাশী বিশ্বনাথ ঘাটত আহোম যুগৰ পৌৰাণিক সম্পদ সমুহ সংৰক্ষণ কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি কেনেধৰণে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু কৰি তুলিব পাৰি সেই সম্পৰ্কে ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বিচাৰি স্থানীয় ৰাইজে বহু বাৰ সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছে যদিও ঘোৰ নিদ্ৰাত পৰ্যটন বিভাগ |

যি সময়ত অসমৰ পৰ্যটনথলী সমুহ বিশ্বৰ আগত প্ৰচাৰৰ কৰাৰ বাবে কোটি টকা ব্যয় সাপেক্ষে  বলিউডৰ মোহময়ী অভিনেত্ৰী গৰাকীক নিৰ্বাচিত কৰা হৈছে  তাৰ বিপৰীতে ৰাজ্যৰ পৰ্যটন নগৰী সমুহৰ উন্নয়ন আৰু ঐতিহাসিক স্থান সমুহ সংৰক্ষণ কৰাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইয়া অতি পুতৌজনক।

বিশেষকৈ ইংৰাজৰ শাসন কালত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত নদী পৰিবহনৰ বাবে যথেষ্ট ব্যস্ত জাহাজ ঘাট হিচাপে পৰিগণিত আছিল বিশ্বনাথ ঘাট আৰু তাৰ বাবে নিশা ভাগত অহা যোৱা কৰা জাহাজ সমুহ নদীৰ মাজত থকা প্ৰকাণ্ড শিলাখণ্ডৰ পৰা সুৰক্ষিত ভাবে পৰিবহন ব্যৱস্থা চলাচল হৈ থকাৰ বাবে বুঢ়া লুইতৰ বুকুত স্থাপন কৰা হৈছিল এটি প্ৰকাণ্ড লেম্প পোষ্ট  | কিন্তু , বুঢ়া লুইতৰ বিশাল ঢৌৰ আগত প্ৰায় ১৫০ বছৰীয়া এই ঐতিহাসিক  লেম্প পোষ্টটি যোৱা বাৰিষাত খহি পৰে |

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যক এক অনন্য মাদকতা আগবঢ়াই যোৱা এই সম্পদটি  পুনঃ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে  আজি পৰ্যন্ত গ্ৰহণ নকৰিলে  বিশেষ পদক্ষেপ | ৰাজ্য চৰকাৰৰ অমনোযোগিতা আৰু পৰ্যটন বিভাগৰ অৱহেলাৰ বাবে জহি খহি ধ্বংস হ’ব ধৰিছে পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰ স্থল বিশ্বনাথ ঘাটৰ সৌন্দৰ্য |

সেয়ে স্থানীয় ৰাইজে বিশ্বনাথ ঘাটক পৰ্যটনৰ ক্ষেত্ৰত ল’ব পৰা প্ৰয়োজনীয় পদক্ষেপৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনোৱাৰ বিপৰীতে ৰাজ্য চৰকাৰ তথা পৰ্যটন বিভাগে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব |

Recent News

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd