• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত সদৌ অসম কলিতা ছাত্ৰ সন্থাৰ কমিটি গঠন

NE NOW NEWS এন ই নাও নিউজ
বঙাইগাওঁ , December 11, 2017 4:00 pm

2 min read

বঙাইগাঁৱত সদৌ অসম কলিতা ছাত্ৰ সন্থাৰ কমিটি গঠন
115
VIEWS
Share on FacebookShare on Twitter

কালি বঙাইগাঁও জিলাত আকছু (সদৌ অসম কলিতা ছাত্ৰ সন্থা)ৰ সাংগঠনিক ভেটি সবল কৰাৰ অৰ্থে বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ বহুকেইজন উদ্যমী যুৱকৰ উদ্যোগত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। এই সাধাৰণ সভাখনত সদৌ অসম কলিতা ছাত্ৰ সন্থাৰ বঙাইগাঁও জিলা সমিতি গঠনৰ লগতে সমগ্ৰ অসমজুৰি পালন হোৱা চহিদ দিৱস উপলক্ষেও অসম মাতৃৰ বাবে নিস্বাৰ্থ বলিদান দিয়া ৮৫৫ জন চহিদক স্মৰণ কৰা হয় । সভাখনৰ সভাপতিত্ব কৰে আকছুৰ ৰাজ্যিক সভাপতি ড০ দীপাংকৰ কলিতাই । অনুষ্ঠানত কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ ৰাজ্যিক সভাপতি ড০ সোণেশ্বৰ কলিতাই কলিতা জনগোষ্ঠীয়ে ভুগি থকা সমস্যাৰাজিৰ লগতে জনগোষ্ঠীটোৰ কল্যাণাৰ্থে সংগঠনকেইটাৰ উমৈহতীয়া দাবীসমূহৰ বিষয়ে বিস্তৃতভাৱে উপস্থিত ৰাইজৰ আগত উত্থাপন কৰে । সভাত কলিতা জনগোষ্ঠী সন্নিলন, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক ভূপেন কলিতা, আকছুৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দীপাংকৰ কলিতা(কনিষ্ঠ) উপস্থিত থাকে । সভাৰ আৰম্ভণিতে অসমৰ ৮৫৫ জন চহিদক সুঁৱৰি তেওঁলোকৰ ত্যাগ, মহানতা, বীৰতাক স্মৰণ কৰা হয় ।

উল্লেখযোগ্য যে সমগ্ৰ অসমজুৰি প্ৰায় ৬০ লাখ কলিতা জনগোষ্ঠীয় লোক থকাৰ পিছতো কেৱল নিৰ্বাচনৰ সময়ত ভোটবেংক চহকী কৰাৰ স্বাৰ্থত ৰাজনৈতিক দল সমূহে কিছুমান ভুৱা আশ্ৰাস, প্ৰতিশ্ৰুতি দি কলিতা জনগোষ্ঠীটোক শোষণ কৰি অহা কাৰ্যত তীব্ৰ অসন্তুস্তি প্ৰকাশ কৰিছে দুয়োটা সংগঠনে । প্ৰতিখন চৰকাৰ গঠনত কলিতা জনগোষ্ঠীৰ লোকৰ অৰিহণা যথেষ্ট আছে বুলি দাবী কৰি সংগঠনকেইটাৰ নেতৃত্বই শীঘ্ৰে কলিতা জনগোষ্ঠীৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত জনজাতিকৰণ, উন্নয়ন পৰিষদ গঠন আদি বিভিন্ন দাবী পূৰণৰ বাবে চৰকাৰক আহ্বান জনায় । সভাই শতাধিক কলিতা জনগোষ্ঠীয় লোক তথা যুৱকসকলৰ উপস্থিতিত বঙাইগাঁও জিলাৰ কলিতা জনগোষ্ঠীৰ উদ্যমী যুৱক নীলমণি কলিতাক মুখ্য আহবায়ক,মুনীন্দ্ৰ দাস আৰু দীপজ্যোতি কলিতাক আহবায়ক, অকণ কলিতা আৰু দীপক দাসক উপদেষ্টা হিচাপে লৈ এখন শক্তিশালী আহবায়ক সমিতি গঠন কৰা হয়। উক্ত সাধাৰণ সভাতে নৱগঠিত আহবায়ক সমিতিখনে আগন্তুক এমাহৰ ভিতৰতে জিলাখনৰ বিভিন্ন প্ৰান্তত শাখা সমিতি গঠন কৰি পূৰ্ণাংগ ভাৱে জিলা সমিতিখন গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

Recent News

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

Electronic Voting Ma

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰশিক্ষণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd