• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বলিউদত আত্মপ্ৰকাশ হাফলং জীয়ৰী ৰেৱতী ছেত্ৰীৰ

NE NOW NEWS এন ই নাও নিউজ
মুম্বাই , December 28, 2017 8:33 pm

1 min read

বলিউদত আত্মপ্ৰকাশ হাফলং জীয়ৰী ৰেৱতী ছেত্ৰীৰ
138
VIEWS
Share on FacebookShare on Twitter

খাতুন নামৰ এক চলচিত্ৰত অভিনয়েৰে অভিনেত্ৰী, মডেল ৰেৱতী ছেত্ৰী বলিউদত আত্মপ্ৰকাশৰ বাবে প্ৰস্তুত হৈছে। চিনেমাখন ১৯৬২ ৰ ভাৰত-চীন যুদ্ধৰ এগৰাকী সাহসী ভাৰতীয় সেনাৰ প্ৰেম কাহিনী আধাৰিত। চিনেমাখনৰ নায়ক হ’ব জয় হ’ খ্যাত সণ্টুচ শুক্লা যাৰ বাবেও এইখন হ’ব প্ৰথম বলিউদ চিনেমা। হাফলঙৰ মৰম লগা ৰেৱতী ছেত্ৰীয়ে চিনেমাখনত তেওঁৰ প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰিব। উল্লেখযোগ্য যে পূৰ্বে ছেত্ৰীয়ে ফেমিনা মিছ ইণ্ডিয়া ২০১৫ত অংশ গ্ৰহণ কৰি ফাইনেলত উপনীত হৈছিল। তাৰোপৰি বেইজিঙত হোৱা ৱৰ্ল্ড মিছ ইউনিভাৰ্চিটি ২০১৬ টো তেওঁ মিছ এচিয়া মুকুটেৰে বিভূষিতা হৈছিল। অৰুণাচল প্ৰদেশৰ টাৱাং চীনৰ দখলত থকাৰ সময়ৰ ওপৰত আধাৰিত চিনেমাখনৰ প্ৰযোজক অনিতা আৰু উৎকৰ্চ আগৰৱাল। ২০১৮ চনত মুক্তি পাব লগা চিনেমাখনৰ পৰিচালক ৰাম ৰমেশ শৰ্মা।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd