DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাৰিষাৰ লগত মোকাবিলা কৰিব পৰাকৈ মাজুলীত ‘ওপঙা আশ্ৰয়গৃহ’ নিৰ্মাণ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 26, 2018 3:14 pm
বাৰিষাৰ লগত মোকাবিলা কৰিব পৰাকৈ মাজুলীত ‘ওপঙা আশ্ৰয়গৃহ’ নিৰ্মাণ
64
VIEWS
Share on FacebookShare on Twitter

প্ৰতিবছৰে মাজুলীবাসী বানপানীৰ সমস্যা তথা দুৰ্যোগৰ সন্মুখীন হৈ আহিব লগা হৈছে। ফলত মাজুলীত এইবাৰ বানপানীৰ দুৰ্যোগৰ পৰা কিছু পৰিমানে সকাহ পোৱাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে ওপঙা আশ্ৰয় গৃহ।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত যশস্বী বোলছবি পৰিচালক, ৰাজ্যৰ বিশিষ্ট অভিযন্তা সঞ্জীৱ সভাপণ্ডিতে গুৱাহাটীস্থ দুই ব্যক্তিগত প্ৰতিষ্ঠান ক্ৰমে ট্ৰানচ ভাৰচোৱেল প্ৰাইভেট লিমিটেড আৰু ইনটচিচ চাৰ্ভিচ প্ৰাইভেট লিমিটেডৰ সহযোগত নিৰ্মাণ কৰি উলিয়াইছে ‘বন্যাৰ্তৰ ওপঙা আশ্ৰয়থলী’।

আজি পুৱা উদ্ভাৱনকাৰীৰ উপস্থিতিত মাজুলীৰ উপায়ুক্তই এক পৰীক্ষামূলক প্ৰয়োগৰ শুভাৰম্ভ কৰে। আৰু ইয়াৰ নামাকৰণ কৰা হৈছে ‘মাডাৰ শ্বেলটাৰ’।

উল্লেখযোগ্য যে এই ওপঙা গৃহত বাৰিষাৰ সময়ত প্ৰায় ৪০ জন লোকে একেলগে থাকিব পাৰিব। আশ্ৰয়ৰ সুবিধাৰ লগতে ইয়াত থাকিব পানীৰ সু-ব্যৱস্থা, শৌচাগাৰৰ ব্যৱস্থা আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে অধ্যয়নৰ কোঠা।

আনহাতে প্ৰতিবছৰে বানে জুৰুলা কৰা মাজুলীবাসী তথা মাজুলীৰ মালাপিন্ধা গাঁৱৰ লোক সকলক বাৰিষা এনে ধৰণৰ ওপঙা আশ্ৰয় গৃহই যথেষ্ট সকাহ দিব বুলি স্থানীয় ৰাইজে আশা কৰিছে।

Recent News

শিলসাঁকোৰ অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰীলৈ স্মাৰকপত্ৰ

শিলসাঁকোৰ অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰীলৈ স্মাৰকপত্ৰ

Gyanvapi Mosque

জ্ঞানৱাপী মছজিদ বিতৰ্ক : দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকক জামিন দিল্লী আদালতৰ

petroldiesel_3

জনতাক সামান্য সকাহ: হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য,কিমান কমিব?

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে প্ৰাণ ললে যুৱকৰ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে প্ৰাণ ললে যুৱকৰ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd