• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিভাগীয় মন্ত্ৰীৰ কথাতে স্পষ্ট হ’ল ৰাজ্যৰ খোৱাপানী যোগান ব্যৱস্থাৰ উদ্বেগজনক ছবি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 9, 2018 6:41 pm
খোৱা পানী যোগান আঁচনি
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভাগীয় মন্ত্ৰীৰ কথাতে স্পষ্ট হ’ল যে ৰাজ্যখনত ৩০৩৩ টা পানী যোগান আঁচনিৰ ভিতৰত ৪৪৬ টা পানী যোগান আঁচনিহে কাৰ্যক্ষম হৈ আছে।

জলসিঞ্চন আৰু পানী যোগান মন্ত্ৰী ৰঞ্জিত দত্তই অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আগে আগে ৰাজ্যখনৰ ৩০৩৩ টা পানী যোগান আঁচনিৰ ভিতৰত ১৬৩২ টা পানী যোগান আঁচনি সম্পূৰ্ণ হোৱাৰ বিপৰীতে ১৪০১ টা পানী যোগান আঁচনি অসম্পূৰ্ণ অৱস্থাত থকা বুলি উল্লেখ কৰিছিল।

Apply Now

উল্লেখযোগ্য যে মন্ত্ৰী গৰাকীয়ে সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰা ১৬৩২ টা পানী যোগান আঁচনিৰ ভিতৰত ৪৪৬ টা পানী যোগান আঁচনি সম্পূৰ্ণ ভাৱে কাৰ্যক্ষম অৱস্থাত আছে, ৭৬৪ টা পানী যোগান আঁচনি আংশিকভাৱে কাৰ্যক্ষম অৱস্থাত আছে, ২১৫ টা পানী যোগান আঁচনি মেৰামতি কৰিব লগা অৱস্থাত আছে আৰু ২০৭ টা পানী যোগান আঁচনি একেবাৰে মেৰামতি কৰিব নোৱাৰা, বিধ্বস্ত অৱস্থাত আছে।

জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্তই অকাৰ্যকৰী আঁচনি সমূহ যিকেইটা মেৰামতি কৰিব পৰা সম্ভাৱনা আছে সেই সমূহ অতি শীঘ্ৰে মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে।

মন কৰিব লগীয়া যে ৰাজ্য চৰকাৰে এছ ডি আৰ এফক এক বছৰেকীয়া ধন ৰাশি এই আঁচনি সমূহ চোৱাচিতা আৰু মেৰামতিৰ নামত প্ৰদান কৰে। লগতে এই আঁচনি সমূহৰ ভিতৰত যি সমূহ আঁচনি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিব পৰা অৱস্থাত থাকে সেই সমূহৰ বিৱৰণ জিলা ভিত্তিক এখন তালিকাত অন্তৰ্ভুক্ত কৰা হয়।

মন কৰিব লগীয়া যে মন্ত্ৰীগৰাকীয়ে এই পানী যোগান আঁচনি সমূহ উন্নীতকৰণ আৰু কাৰ্যক্ষম কৰিব পৰাৰ দিশত আছে বুলি আশ্বাস দিছে যদিও ৰাজ্যৰ জনসাধাৰণে বৰ্তমানো উপযুক্ত পানী সেৱনৰ পৰা বঞ্চিত হৈ থকাটোৱে পানী যোগান আঁচনি সমূহৰ প্ৰকৃত স্বৰূপ উদঙাই ধৰিছে। যি সময়ত ৰাজ্যখনত বৃদ্ধি পোৱা ভয়ানক বেমাৰৰ কাৰণ হিচাপে খোৱা পানীত অত্যধিক পৰিমাণে থকা আৰ্ছেনিক পুলি প্ৰমাণিত হৈছে সেই সময়তে পানী যোগান আঁচনি সমূহৰ অৱস্থা এনেদৰে শোচনীয় হোৱাতো অতি দুৰ্ভাগ্যজনক।

আনহাতে বিৰোধী পাৰ্টীৰ সদস্য দেৱব্ৰত শইকীয়াই এই পানী যোগান আঁচনি সমূহ অতী শীঘ্ৰে জনসাধাৰণৰ বাবে মুকলি কৰিব পৰাকৈ কাৰ্যক্ষম কৰি তুলিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd