DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিভিন্ন কার্সূচীৰে বৰপেটা জিলাত পথ সুৰক্ষা সপ্তাহ আৰম্ভ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
April 23, 2018 8:45 pm
bajali
346
VIEWS
Share on FacebookShare on Twitter

পথ সুৰক্ষা সপ্তাহৰ সৈতে সংগতি ৰাখি বৰপেটা জিলাৰ বিভিন্ন স্থানৰ লগতে পাঠশালাটো ২৯ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ আৰম্ভ কৰা হৈছে।

বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকৰে আজিৰে পৰা ৩০ এপ্ৰিললৈকে বিভিন্ন কাৰ্যসূচীৰে উদ্‌যাপিত পথ সুৰক্ষা সপ্তাহটো উদ্বোধন কৰে।

এইবাৰৰ পথ সুৰক্ষা সপ্তাহৰ শ্লোগান হৈছে, ‘পথ পুৰক্ষা-জীৱন সুৰক্ষা’। গণ সচেতনতা অনাৰ বাবে বৰপেটাৰ উপায়ুক্ত থানেশ্বৰ মালাকৰক সভাপতি, বৰপেটাৰ আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱা আৰু জিলা পৰিবহন বিষয়া গৌতম বৰুৱাক সদস্য সম্পাদক হিচাপে লৈ বৰপেটা জিলা পথ সুৰক্ষা সমিতি এখন গঠন কৰা হয়। পথ সুৰক্ষা সপ্তাহটো ভাৰত চৰকাৰৰ স্থলপথ পৰিবহণ মন্ত্ৰালয় আৰু অসম চৰকাৰৰ পৰিবহন বিভাগৰ নিৰ্দেশক্ৰমে উদ্‌যাপন কৰা হৈছে।

পুৱা স্বচ্চ ভাৰত অভিযান সম্পন্ন কৰা হয়। পাটাছাৰকুছি বিধানসভাৰ বিধা.ক পবিন্দ্ৰ ডেকাই বন্তু প্ৰজ্বলন কৰে। উপায়ুক্ত থানেশ্বৰ মালাকৰে সপ্তাহটো উদ্বোধন ঘোষণা কৰে। তেওঁ সকলোকে বিশেষকৈ শিক্ষাৰ্থীসকলক হেলমেট পৰিধান কৰিবলৈ কঠোৰ নিৰ্দেশ জাৰী কৰাৰ বাবে শিক্ষানুষ্ঠানসমূহক আহ্বান জনায়।

বজালী মহকুমাৰ মহকুমাধিপতি বিজয় ভাস্কৰ ৰেড্ডী আৰু অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ ব্ৰেণ্ডএম্বেছাডৰ আনন্দ খাটনিয়াৰে গছপুলি ৰোপন কাৰ্যসূচী উদ্বোধন কৰে।

পাটাছাৰকুছি, বাঘমাৰাকে ধৰি জিলাখনৰ বিভিন্ন স্থানত পত সুৰক্ষা সপ্তাহ উদ্‌যাপন কৰা হ’ব। এই সময়চোৱাৰ ভিতৰত যান-বানসমূহৰ নথি-পত্ৰো পৰীক্ষা কৰা হ’ব।

২৫ এপ্ৰিলত পাঠশালা বাছ মালিক সন্থা আৰু মটৰ শ্ৰমিক সন্থাৰ উদ্যোগত এটা স্বস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হ’ব। তথ্য আৰু জন সম্পৰ্কৰক্ষী বিভাগৰ বৰপেটা কাৰ্যালয়ে পথ সুৰক্ষা বিষয়ক ঘোষণা কৰাৰ বাবে মাইকেৰে ঘোষণা কৰাৰ যাৱতীয় আয়োজন কৰিব।

২৬ তাৰিখে যান-বাহনৰ নথি পৰীক্ষা কৰাৰ লগতে ভৱানীপুৰ, পৰুপেটা, পাঠশালা আদি অঞ্চলৰ ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ শিক্ষাৰ্থীসকলৰ মাজত ঠাইতে লিখা ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব। ২৭ তাৰিখে বৰপেটাৰ বিভিন্ন স্থানত মাইকেৰে পথ সুৰক্ষা বিষয়ক ঘোষণা কৰাৰ লগতে প্ৰচাৰ-পত্ৰিকা বিতৰণ কৰা হ’ব।

জিলা পৰিবহন বিষয়া গৌতম বৰুৱা সমল ব্যক্তি হিচাপে লৈ বাঘমাৰা হাইস্কুলত এখন বিশেষ সভা অনুষ্ঠিত হ’ব। সেইদিনাই স্থানীয় ছাত্ৰ-ছাত্ৰীসকলে এখন বাটৰ নাট পৰিৱেশন কৰিব।বাঘমাৰাত ২৮ তাৰিখে সচেতনতা ঘোষণাৰ উপৰিও এখন বিশেষ সভা অনুষ্ঠিত কৰা হ’ব। ১৯ এপ্ৰিলত সৰুপেটা, চৌলিয়াবাৰী, ভৱানীপুৰ, শালাবাৰী আদি এলেকাত পথ সচেতনতা সন্দৰ্ভত মাইকেৰে ঘোষণা কৰা হ’ব।

৩০ তাৰিখে জিলা পৰিবহন বিষয়া কাৰ্যালয়ত সচেতনতা সপ্তাহৰ সামৰণি পৰিব।

Recent News

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Golden Langur বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Golden Langur বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd