DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথ চাৰিআলিত অখিল ভাৰতীয় চাহ মজদুৰ সংঘ বিশ্বনাথ শাখাৰ মজুৰি বৃদ্ধিৰ দাবীত বিক্ষোভ কাৰ্যসূচী

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
July 13, 2018 8:18 pm
বিশ্বনাথ চাৰিআলিত অখিল ভাৰতীয় চাহ মজদুৰ সংঘ বিশ্বনাথ শাখাৰ মজুৰি বৃদ্ধিৰ দাবীত বিক্ষোভ কাৰ্যসূচী
194
VIEWS
Share on FacebookShare on Twitter

চাহ মজদুৰ সকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ তথা শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধিৰ বাবে বিভিন্ন ঠাইত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি পুনৰ বিশ্বনাথ চাৰিআলিৰ শ্ৰম বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত চাহ শ্ৰমিক সকলে বিক্ষোভ কাৰ্যসূচী পালন কৰে।

উল্লেখযোগ্য যে চাহ শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণৰ বাবে  চনত গঠিত ন্যূনতম মজুৰি পৰামৰ্শদাতা পৰিষদে চাহ শ্ৰমিকৰ মজুৰি ১৭৭.১৯ টকা নিৰ্ধাৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু তদানীন্তন অসম চৰকাৰে সেই প্ৰস্তাৱ মতেই চাহ শ্ৰমিকৰ মজুৰি ঘোষণা কৰিছিল।

কিন্তু মন কৰিব লগীয়া যে তদানীন্তন অসম চৰকাৰৰ সেই ঘোষণা কেৱল ঘোষণাতেই সীমাবদ্ধ থাকিল। কাৰণ ঘোষিত অনুসৰি চাহ শ্ৰমিকে নাপালে মজুৰি।

আনহাতে বাগিচা সমূহৰ নিত্য নৈমিত্তিক সমস্যা তথা শ্ৰমিক সকলে বাস কৰা লাইনৰ ৰাস্তা-ঘাট, নলা-নদৰ্মা মেৰামতি কৰা, চাহ শ্ৰমিকৰ বাবে নতুন পকীঘৰ নিৰ্মাণ, বাগিচা হস্পিতালৰ চিকিৎসা উন্নত কৰাকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত আজি অখিল ভাৰতীয় চাহ মজদুৰ সংঘ বিশ্বনাথ শাখাই এই বিক্ষোভ কাৰ্যসূচী পালন কৰে।

লগতে চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি দৈনিক ৩৫০ টকাকৈ নিৰ্ধাৰণৰ দাবীত বিক্ষোভ কাৰ্যসূচী পালনৰ পিছত বিশ্বানাথ চাৰিআলিৰ শ্ৰম বিষয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Recent News

Andhra Pradesh violence over renaming district

জিলাৰ নতুন নামাকৰণক লৈ অন্ধ্ৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি: জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ

Postmaster Lost 1 Crore In IPL Bets

আনৰ পিঠাৰে বিহু পাতি বিপদত পোষ্টমাষ্টৰ: পানীত পৰিল ১ কোটি টকা

Texas School Shooting

ৰক্তাক্ত টেক্সাছ: বিদ্যালয়ৰ ভিতৰত বন্দুকধাৰী কিশোৰৰ গুলীচালনাত ১৮ শিশুসহ ২১ জনৰ মৃত্যু

gang-rape

কোকৰাঝাৰত কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ: তিনি অভিযুক্তক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd