DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্ব ২০ অনূৰ্ধ্ব এথলেটিকছ : ৪০০ মিটাৰৰ ছেমি ফাইনেলত হিমা দাস

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2018 7:29 am
_f9c395e0-839a-11e8-bbc3-e5c02a79570e

ফাইল ফটো : হিমা দাস

101
VIEWS
Share on FacebookShare on Twitter

এটাৰ পাছত আন এটা সফলতা অৰ্জন কৰাৰ পাছত অসমৰ হিমা দাসে ফিনলেণ্ডৰ টামপেৰত চলি থকা ২০ বছৰ অনূৰ্ধ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ফেভাৰিট হিচাপে অৱতীৰ্ণ হৈ মহিলাৰ ৪০০ মিটাৰৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।

১০ জুলাই অৰ্থাৎ মঙলবাৰে প্ৰতিযোগিতাৰ উদ্বোধনীৰ দিনাই হিমাই হিটছত ৫২.২৫ ছেকেণ্ডেৰে প্ৰথম স্থান অধিকাৰ কৰে। হিটছত হিমাৰ প্ৰতিদ্বন্দ্বী জামাইকাৰ ষ্ট্ৰেছি আন উইলিয়ামছক অতি সহজে অতিক্ৰম কৰে। জামাইকাৰ এথলীটগৰাকীয়ে নিজৰ দৌৰ সম্পন্ন কৰিবলৈ সময় লয় ৫২.৭২ ছেকেণ্ড।

আনহাতে হিমাৰ উপৰি ৪০০ মিটাৰৰ ছেমি ফাইনেলত ভাৰতৰ আন এগৰাকী খেলুৱৈ জিষ্ণা মেথিউৱেও হিটছত ৫৪.৩২ ছেকেণ্ড সময় লৈ ছেমি ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰে।

উল্লেখ্য যে ২০ বছৰ অনূৰ্ধ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ সকলো আশা তাৰকা দৌৰবিদ হিমা দাস। এছিয়ান গেইমছৰ পূৰ্বে নিজকে সাজু কৰি তুলিবলৈ উপযুক্ত মঞ্চ হিচাপে বিবেচিত হৈছে ২০ বছৰ অনূৰ্ধ্ব এথলেটিকছ চেম্পিয়নশ্বিপ। ইয়াত পদক মানেই যেন আগন্তুক জাকাৰ্টা এছিয়ান গেইমছৰ বাবে প্ৰচুৰ আত্মবিশ্বাস।

আনহাতে এই প্ৰতিযোগিতাৰ পিছত তেওঁ এছিয়ান গেইমছৰ প্ৰস্তুতিৰ বাবে ইউক্ৰেইনলৈ যাব আৰু ইউক্ৰেইনৰ পৰাই ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেইমছত ভাৰতৰ হৈ অংশগ্রহণ কৰিব বুলি জানিব পৰা গৈছে।

Recent News

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd