• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বুলগেৰিয়াত অনুষ্ঠিত বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে উত্তৰ-পূব ভাৰতৰ বক্সাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2018 12:16 pm
sarita-mary-kom-570x320

এল ছৰিতা দেৱী আৰু মেৰীকম। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ বক্সাৰ এল ছৰিতা দেৱীয়ে বুলগেৰিয়াত পুৰুষ আৰু মহিলা দুয়োটা শাখাতে অনুষ্ঠিত  ষ্ট্ৰেণ্ডজা সোৱৰণি বক্সিং প্ৰতিযোগিতাৰ প্ৰথম দিনটোতে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

এল ছৰিতা দেৱী (৬০ কেজি শাখা) প্ৰাক্তন বিশ্ব তথা এছিয়ান শ্বেম্পিয়ন। যোৱা মাহত ভাৰতীয় অ’পেনত ৰূপৰ পদক অৰ্জন কৰা ছৰিতা দেৱীয়ে ষ্ট্ৰণ্ডজাত ইটালীৰ মানচীজ কনচেহাক ৩-২ৰ ব্যৱধানত হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

Apply Now

মেৰীকমে (৪৮কেজি শাখা) তেওঁৰ প্ৰথমখন খেলত ৰোমানিয়াৰ ষ্টেলুটা ডুটাৰ সৈতে মুখামুখি হ’ব। মেৰীকমে এছিয়ান শ্বেম্পিয়নশ্বিপ আৰু যোৱা মাহত অনুষ্ঠিত ভাৰতীয় অ’পেনত একেৰাহে স্বৰ্ণ পদক অৰ্জন কৰিছে। আনহাতে তেওঁৰ প্ৰতিদ্বন্দ্বী ষ্টেলুটাই বিশ্ব শ্বেম্পিয়নশ্বিপনত তিনিবাৰকৈ ৰূপৰ পদক লাভ কৰাৰ লগতে ইউৰোপীয়ান শ্বেম্পিয়নশ্বিপত চাৰিবাৰ স্বৰ্ণ পদক অৰ্জন কৰিছে।

আমোদজনকভাৱে, ষ্টেলুটাই বিশ্ব শ্বেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰা প্ৰতিবাৰেই প্ৰতিপক্ষ আছিল মেৰীকম। ২০০৬,২০০৮ আৰু ২০১০ত ফাইনেলত মেৰীকমৰ হাতত পৰাজিত হৈছিল ষ্টেলুটা।

পুৰুষৰ শাখাত বিশ্ব শ্বেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা এছিয়ান শ্বেম্পিয়নশ্বিপত ৰূপ অৰ্জন কৰা শিৱ থাপাই (৬০ কেজি শাখা) বুধবাৰে প্ৰথমখন খেলত কাজাখস্তানৰ এডিলেট কুৰ্মেটভৰ মুখামুখি হ’ব।

ভাৰতীয় অ’পেনত স্বৰ্ণ অৰ্জন কৰা পুইলাও বসুমতাৰীয়ে (৬৪ কেজি শাখা) ছেমিফাইনেলত উপনীত হোৱাৰ পূৰ্বে নৰৱেৰ এলিজাবেথ এঞ্জেলছনৰ মুখামুখি হ’ব। লভলিনা বৰগোঁহাইয়ে (৬৯ কেজি শাখা) প্ৰথমখন খেলত মুখামুখি হ’ব আমেৰিকাৰ অ’শে জ’নছৰ।

ষ্টেণ্ডজা মেম’ৰিয়েল বক্সিং টুৰ্নামেন্ট খন বুলগেৰিয়াত প্ৰতিবছৰে অনুষ্ঠিত হোৱা এখন অপেশাদাৰী বক্সিং প্ৰতিযোগিতা। ষ্টেণ্ডজা কাপ ইউৰোপৰ আটাইতকৈ পুৰণি আন্তৰ্জাতিক অপেশাদাৰী বক্সিং প্ৰতিযোগিতা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd