DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত পোন প্ৰথমবাৰৰ বাবে ৰাজ্যিক নাট মহোৎসৱ; ৮টা প্রতিষ্ঠিত নাট্যগােষ্ঠীৰ অংশ গ্রহণ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 10, 2018 11:20 am
Bokakhat drama festival
138
VIEWS
Share on FacebookShare on Twitter

৯ জুলাইৰ পৰা বোকাখাত নাট্য মন্দিৰত পোন প্ৰথমবাৰৰ বাবে ৮ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বোকাখাত ৰাজ্যিক নাট্য মহোৎসব-২০১৮। এই নাট মহােৎসৱত ৰাজ্যৰ আঠটাকৈ প্রতিষ্ঠিত নাট্যগােষ্ঠীয়ে অংশ গ্রহণ কৰিব।

কালি সন্ধ্যা বোকাখাত নাট্য মন্দিৰত আয়োজিত এক বিশেষ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড৹ পৰমানন্দ ৰাজবংশীয়ে উদ্বোধন কৰে। উক্ত অনুষ্ঠানতে নাট মহোৎসৱৰ স্মৃতিগ্ৰন্থ ‘নাট্য চৰ্চা’ আৰু নাট্য সোঁৱৰণীৰ দাতাসকলৰ সোঁৱৰণী গ্রন্থও উন্মোচন কৰা হয়।

ইয়াৰ পাছতে নাট্য মহােৎসৱৰ প্ৰথম নিশাৰ নাট  নাট্যম নামৰ নাট্য গোষ্ঠীৰ দ্বাৰা পৰিবেশিত ‘ডেম পেহাৰ দূৰবীণ মঞ্চস্থ কৰা হয় । নাটখনৰ ৰচনা অমৰ শৰ্মাৰ আৰু সামগ্ৰিক পৰিচালনা জ্যোতি প্ৰসাদ ভুঞাৰ। উল্লেখযোগ্য যে অহা ১০ জুলাইত বোকাখাতৰ ৰূপজ্যোতি নাট্য গোষ্ঠীয়ে ৰফিৰুল হোছেইনৰ পৰিচালনাত উজিৰ মঙলা নামৰ নাটকখন পৰিবেশন কৰিব।

১৮ জুলাইত সামৰণী পৰিব লগা এই ৰাজ্যিক নাট মহোৎসৱ বোকাখাত নাট্যমন্দিৰ আৰু বোকাখাতৰ ইলেকট্ৰনিক মেডিয়া জাৰ্নেলিষ্ট এচোচিয়েচনে কাজিৰঙা নিউজ নেটৱৰ্কৰ বিশেষ সহযোগত অনুষ্ঠিত কৰিছে।

আনহাতে, নাট মহোৎসৱৰ সৈতে সংগতি ৰাখি এক নাট কর্মশালাও অনুষ্ঠিত কৰা হৈছিল, য’ত মুঠ ৩৫ গৰাকী প্রশিক্ষণার্থীয়ে প্রশিক্ষণ গ্রহণ কৰে। উক্ত কৰ্মশালাত বঙাইগাঁৱৰ সমৰজ্যোতি সৰকাৰ, মৰিগাঁৱৰ গােবিন নাথ আৰু গুৱাহাটীৰ পলী গগৈয়ে প্রশিক্ষণ প্রদান কৰে।

যোৱা ৮ জুলাইত সামৰণি পৰা কর্মশালাৰ সমাবৰ্তন অনুষ্ঠানত প্রশিক্ষার্থীসকলক মানপত্ৰৰে সন্মানিত কৰাৰ লগতে প্ৰশিক্ষাৰ্থীসকলে যুৱ নাট্যকাৰ পৱিত্ৰ ৰাজখােৱাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত বন্ধ্যা নামৰ নাটকখন বোকাখাত নাট্য মন্দিৰত পৰিবেশণ কৰে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd