• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাত বানৰ সংহাৰ ৰূপ: ২৬ খন গাঁৱৰ ১৯৫ হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত

উত্তম শইকীয়া by উত্তম শইকীয়া
June 15, 2018 2:00 pm
বান
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে পুৱতি নিশা অহা প্ৰলয়ংকৰী বানৰ ঢলে বোকাখাতৰ বিস্তীৰ্ণ এলেকা প্লাবিত কৰাৰ উপৰি অঞ্চলটোৰ বিস্তৰ ক্ষতি সাধন কৰে ৷ বিভাগীয় তথ্য মতে এতিয়ালৈ এই ঢলত বোকাখাত মহকুমাৰ মুঠ ২৬ খন গাঁও  প্লাবিত হোৱাৰ উপৰি ১৯৫ হেক্টৰ কৃষি ভূমি বিনষ্ট হৈছে ৷ এই ঢলত মহকুমাটোৰ ১৮,০০০ লোক প্ৰতক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে ৷

উল্লেখযোগ্য যে ডিফলু আৰু কঁহৰাৰ উপৰি কাৰ্বি আংলঙৰ পাহাৰৰ পৰা বৈ অহা পানী জান- জুৰিৰে নামি অহা ঢলত ক্ষতিগ্ৰস্ত লোকৰ বাবে বোকাখাতৰ মহকুমা প্ৰশাসনে কলাখোৱা প্ৰাথমিক বিদ্যালয়, কৈলাখাত প্ৰাথমিক বিদ্যালয় আৰু কৰাআটি গাঁৱৰ মহিলা সমিতি ভৱনত একোটাকৈ আশ্ৰয় শিবিৰ স্থাপন কৰিছে ৷ ইয়াৰ বিপৰীতে ১৩ টা বিতৰণ কেন্দ্ৰৰ যোগেদি বানাক্ৰান্তৰ মাজত বান সাহাৰ্য বিতৰণ কৰিছে ৷

Apply Now

বানপানীজানিব পৰা মতে এই সংহাৰী বানৰ ঢলত কাকচাং নিনাসী সুনীল মুড়া নামৰ লোকজনৰ মৃত্যু হোৱাৰ বিপৰীতে মহকুমাটোৰ প্ৰায় ২,৪০০টা পশুধন ক্ষতিগ্ৰস্ত হৈছে বুলি মহকুমা প্ৰশাসনে জনাইছে ৷ ইয়াৰ পাছতো শেহতীয়া ঢলত গৃহহীন হোৱা মহকুমাটোৰ মেথনি চাহ বাগিচাৰ লক্ষী মন্দিৰৰ সমীপৰ মাজলু ঘাটোৱাল আৰু তুলসী তেলেংগাৰ পৰিয়ালে আজিলৈকে কোনোধৰণৰ চৰকাৰী সাহাৰ্য লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷

ইফালে বিভাগীয় তথ্যত মহকুমাটোত ডিফলু আৰু কঁহৰা নদীয়ে ক্ষতি কৰা বাট- পথৰ কথা কোৱা হৈছে যদিও কাৰ্বি আংলঙৰ সীমাতে থকা শিলভেটা কাকচাং সংযোগী দলঙৰ পুলৰ উল্লেখ নাই বিভাগীয় প্ৰতিবেদনত ৷ পথটোত থকা গুৰুত্বপূৰ্ণ কালভাৰ্টো ঢলে উটুৱাই নিয়াৰ পাছত অঞ্চলটোৰ জনসাধাৰণৰ মাজত যাতায়াতৰ সমস্যাৰ সৃষ্টি হৈছে ৷ একেদৰে বৰভেটা সাপজুৰি সংযোগ পথটো আমলখি বস্তিত ঢলে ছিঙি পেলোৱাত দুৰ্ভোগ ভুগিব লগা হৈছে অঞ্চলটোৰ জনসাধাৰণ ৷ এতিয়ালৈকে  বানবিধ্বস্ত অঞ্চলটোৰ ৬ খনকৈ বিদ্যালয় বন্ধ কৰি দিব লগা হৈছে বুলি জানিব পৰা গৈছে ৷

 

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

August 30, 2026 1:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd